• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও জিলাৰ শিক্ষানুষ্ঠানৰ নামভৰ্তিত ডকমকা কাণ্ডৰ প্ৰভাৱ! পূৰ্বৰ তুলনাত হ্ৰাস পালে কাৰ্বি ছাত্ৰ-ছাত্ৰী

মিণ্টু দাস by মিণ্টু দাস
June 18, 2018 9:33 pm
91
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁ‌ৱত যোৱা ৮ জুনত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ উচ্চ শিক্ষানুষ্ঠানসমূহলৈ কাৰ্বি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগমন হ্ৰাস পাইছে। আজি নগাঁৱৰ এক অন্যতম শিক্ষানুষ্ঠান এ ডি পি কলেজত অনুষ্ঠিত হোৱা স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তিত মাত্ৰ ১৪ জন ছাত্ৰৰ উপস্থিতিয়ে এই কথাটোকে প্ৰমাণ কৰা বুলি ক’ব পাৰি। ঘটনাটোৰ এনেকুৱা প্ৰভাৱে জিলাখনৰ বিদ্বৎ মহলক চিন্তিত কৰিছে।

উল্লেখযোগ্য যে প্ৰতিটো বৰ্ষতে মহাবিদ্যালয়খনলৈ শতাধিক ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে যদিও সামগ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে। নামভৰ্তিৰ প্ৰক্ৰিয়াত এনে ছাত্ৰ-ছাত্ৰীসকলে পুনৰ অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই স্নাতক বিজ্ঞান শাখাৰ ৫০ টা স্থান সংৰক্ষিত আসনৰ নামভৰ্তি পুনৰ অহা ২১ জুনত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সন্মতি সাপেক্ষেই এনে এক সিদ্ধান্ত লোৱা হৈছে বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে মতপোষণ কৰিছে। কাৰ্বি আংলং জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো সংশয় নোহোৱাকৈ মহাবিদ্যালয়খনত নামভৰ্তি কৰিবলৈ আহ্বান জনোৱা অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় সহযোগিতা প্ৰদান কৰা হ’ব বুলিও প্ৰকাশ কৰে।

তাৰোপৰি অধ্যক্ষগৰাকীয়ে কয় যে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ উদেশ্যে প্ৰ-পত্ৰ দাখিল কৰা কাৰ্বি জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈও মহাবিদ্যালয়খন সাজু আছে।

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd