• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন অসমীয়া ছবি ‘তাণ্ডৱ অফ্ পাণ্ডৱ’ৰ ট্ৰেইলাৰ, ভিডিঅ’ ছং মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 7:48 am
31131347_1017905471691103_4189272793705086976_n
350
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ মে’ত মুক্তি লাভ কৰিবলগীয়া ছবি তাণ্ডৱ অফ্ পাণ্ডৱৰ ট্ৰেইলাৰ , ভিডিঅ’ ছং আৰু কবিতা আবৃতি গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে মুকলি কৰা হয়। বিশিষ্ট শিক্ষাবিদসকলৰ উপস্থিতিত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে ছবিখনৰ প্ৰযোজিকা অঙ্কিতা চৌধুৰীয়ে।

বৈদুৰ্য্য বৰুৱাৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপেৰে প্ৰিয়ম নিৰ্মলৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ কিছু দৃশ্যাংশ চাই ছবিখন যথেষ্ট বাস্তৱধৰ্মী আৰু মনোগ্ৰাহী হ’ব বুলি ধাৰণা কৰিব পাৰি। তদুপৰি, ড° অমৰজ্যোতি চৌধুৰীৰ ৰচিত আৰু তেওঁ নিজে আবৃতি কবিতা এটিয়ে ছবিখনত যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

সুদক্ষ লেখক বৈদুৰ্য্য বৰুৱাৰ কাহিনীৰে প্ৰতিভাবান পৰিচালক প্ৰিয়ম নিৰ্মলৰ পৰিচালনাত জনপ্ৰিয় শিল্পী বৰষাৰাণী বিষয়া, জয়ন্ত দাস, জয়ন্ত ভাগৱতী , বিকী, চুৰামণি আৰু অন্যান্য শিল্পীসকলৰ অভিনয় যথেষ্ট শক্তিশালী আৰু বাস্তৱধৰ্মী হ’ব বুলি অনুমান কৰা হৈছে।

জনপ্ৰিয় যুৱ সঙ্গীত পৰিচালক অহিৰ ভৈৰৱৰ সঙ্গীতসমৃদ্ধ আটাইকেইটা গীতত কণ্ঠ নিগৰাইছে ক্ৰমে জুবিন গাৰ্গ ,নীল আকাশ, সুবাসনা দত্ত আৰু অন্যান্য শিল্পীসকলে।

শেহতীয়াকৈ মুক্তি পোৱা কেইবাখনো অসমীয়া ছবিয়ে বাণিজ্যিক সফলতা লাভ কৰাৰ লগতে কেইখনমান ছবি ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বিপুল সমাদৰ লাভ কৰা দেখা গৈছে। তদুপৰি, বহু কেইটা নতুন প্ৰযোজক গোষ্ঠীয়ে অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ ওলাই অহাটো সঁচাকৈয়ে উৎসাহজনক হিচাপে বিবেচিত হৈছে।

তাণ্ডৱ অফ্ পাণ্ডৱ ছবিখনে সঠিক ৰূপত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰযোজক গোষ্ঠীয়ে আশা ব্যক্ত কৰিছে।

Recent News

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

হাবিৰ জুই

হাবিৰ জুই

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd