• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ মন জিলাৰ আবৈত আছাম ৰাইফলছৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2018 11:28 am
Paresh_Baruah-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীনে)এ  দেওবাৰে নাগালেণ্ডৰ মন জিলাৰ আবৈত এন এছ চি এনৰ সৈতে যৌথভাৱে আছাম ৰাইফলছৰ তহলদাৰী দলৰ ওপৰত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সহকাৰী তথ্য ও প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ‘’১৭ জুন তাৰিখে নাগালেণ্ডৰ মন জিলাৰ আবৈত ভাৰতীয় দখলদাৰী সেনাৰ অন্যতম গোট ‘আছাম ৰাইফলছৰ’ ওপৰত সংঘটিত সফল এম্বুশ্বৰ দায়িত্ব আমি ‘সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) আৰু ‘নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড/ গৱৰ্ণমেন্টছ অফ পীপলছ ৰিপাব্লিক অফ নাগালেণ্ড’ য়ে যৌথভাৱে স্বীকাৰ কৰিছো।‘’

বিবৃতিটোত লগতে কোৱা হৈছে যে উক্ত অভিযানত আছাম ৰাইফলছৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে ৬ জন আহত হৈছে আৰু হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ‘’আমাৰ যুটীয়া অভিযানকাৰী গোটটোৱে শত্ৰুৰ কিছু অস্ত্ৰ-শস্ত্ৰও হস্তগত কৰিবলৈ সক্ষম হৈছে,’’-বিবৃতিটোত এইদৰে কোৱা হৈছে।

উল্লেখযোগ্য যে দেওবাৰে এম্বুশ্ব কৰিয়ে আক্ৰমণকাৰী দলটোৱে তহলদাৰী আছাম ৰাইফলছৰ দলটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে। আছাম ৰাইফলছৰ দলটোৱেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ফলত দুই পক্ষৰ মাজতে প্ৰচণ্ড গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে পানী আনিবলৈ যোৱাৰ সময়তে আছাম ৰাইফলছৰ দলটোৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয়।

দুই পক্ষৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীত আছাম ৰাইফলছৰ হাৱালদাৰ শ্যাম বাহাদুৰ, ৰাইফলমেন আলম হুছেইন নিহত হোৱাৰ বিপৰীতে তিনিজন জোবান গুৰুতৰভাৱে আহত হয়।

গুলীয়াগুলীত আহত কেইজন হৈছে ক্ৰমে ৰাইফলমেন শচীন কুমাৰ, দিলীপ সিং আৰু জি কন্যাক। আহত তিনিওজনকে হেলিকপ্তাৰযোগে যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd