• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সত্ৰ মহাসভাৰ ভূমিকাক সৰ্বত্ৰ ধিক্কাৰ : মহাসভাৰ জৰুৰী সভা আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2018 7:23 am
23-08-16 Guwahati- Sattra Mahasabha PMT (3)

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত সংবাদ মেল সম্বোধন কৰা মুহূৰ্ত : ফাইল ফটো

105
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অনুষ্ঠিত হোৱা শুনানিত অসম সত্ৰ মহাসভাৰ স্থিতিকলৈ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে মহাসভাৰ বিষয়ববীয়াসকলৰ মাজত তৎপৰতা আৰম্ভ হৈছে।

বিষয়টোক লৈ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সত্ৰ মহাসভাক ধিক্কাৰ দিয়াৰ লগতে অসমৰ জাতীয় জীৱনৰ এটা জলন্ত সমস্যাৰ বিষয়ত জাতিদ্ৰোহী সিদ্ধান্ত গ্ৰহণ কৰা বুলি তীব্ৰ সমালোচনা কৰা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পৰ্কত সংসদৰ যুটীয়া সংসদীয় সমিতিৰ শুনানিত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে হিন্দু বাংলাদেশীৰ সপক্ষে মত পোষণ কৰা বুলি ওলোৱা বাতৰিৰ পিছত ৰাজ্যখনৰ জাতীয় সংগঠনসমূহৰ ৰোষত পৰিছে সত্ৰ মহাসভা।

এনে পৰিস্থিতিৰ মাজতে সত্ৰ মহাসভাৰ মজিয়াতো বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মহাসভাৰ একাংশ বিষয়ববীয়াই এয়া সত্ৰ মহাসভাৰ সৰ্বসন্মত সিদ্ধান্ত নহয় বুলি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানীয়ে অহা ২১ এপ্ৰিলত কৰ্ণধাৰ সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰিছে। উক্ত সভাত সকলো বিষয়ববীয়াকে উপস্থিত থাকিবলৈ সভাপতি গৰাকীয়ে আহ্বান জনাইছে।

যোৱা ১৭ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত দিয়া ভাষ্য সমিতিৰ সদস্য ভুৱনেশ্বৰ কলিতাই ৰাজহুৱা কৰাৰ পিছত সত্ৰ মহাসভাৰ স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd