• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিপাহ ভাইৰাছৰ ভুৱা খবৰত নাম জড়িত কৰা বাবে গোচৰ ৰুজু ডিব্ৰুগড়ৰ চিকিৎসকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2018 11:19 pm
NipahVirus
206
VIEWS
Share on FacebookShare on Twitter

ভাৰতত, বিশেষকৈ কেৰালাত ত্ৰাসৰ সৃষ্টি কৰা নিপাহ ভাইৰাছ নামৰ ভাইৰাছবিধৰ বিষয়ে শেহতীয়াকৈ উত্তৰ-পূবত এটা দুষ্টচক্ৰই পৰিকল্পিত অপপ্ৰচাৰ চলাই মানুহক আতংকিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। কিছু দিনৰ পূৰ্বে মেঘালয়ত এনেকুৱা ভাইৰাছ সৃষ্ট ৰোগৰ লক্ষণযুক্ত বহু সংখ্যক ৰোগী ইয়াৰ ৱিলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি এটা ভুৱা খবৰ প্ৰচাৰ হৈছিল। ভুৱা খবৰটোত বিশ্বাসযোগ্যতা বঢ়াবৰ বাবে উক্ত চিকিৎসালয়খনত কৰ্মৰত এজন চিকিৎসকৰ উদ্ধৃতিও দিয়া হৈছিল।

তাৰ পিছতে অনুৰূপ খবৰ প্ৰায় কেইবা ঠাইৰ পৰাও প্ৰচাৰ কৰে এই দুষ্টচক্ৰটোৱে।

আজি ক্ৰমে ডিব্ৰুগড়, তেজপুৰ আৰু নলবাৰীত এনেকুৱা ভাইৰাছজনিত ৰোগত আক্ৰান্ত বহুসংখ্যক ৰোগীত উক্ত চহৰবোৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি ভুৱা বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে।

মন কৰিব লগীয়া যে প্ৰধানকৈ হোৱাটছ এপত ঘূৰি ফুৰা এই ভুৱা বাতৰিটোৰ মূল অংশটো একেই। অৰ্থাৎ ঠাই, চিকিৎসালয়, চিকিৎসক আদিৰ সামান্য সাল-সলনিৰ বাদে মূল কথাখিনি একেই আৰু আটাইবোৰতে লিচু খোৱাৰ ফলতে চিকিৎসাধীন লোকসকল আক্ৰান্ত হোৱা বুলি কোৱা হৈছে।

উল্লেখযোগ্য যে ঘাইকৈ বাদুলিৰ পৰা বিয়পা বুলি জ্ঞাত এই ভাইৰাছজনিত ৰোগে কেৰালাত ভালেমান লোকৰ প্ৰাণ লোৱা বাবে ইয়াৰ প্ৰতি সৰ্বসাধাৰণ লোক বিশেষভাৱে সংবেদনশীল হৈ আছে আৰু তাৰে সুযোগ লৈছে দুষ্টচক্ৰই।

ডিব্ৰুগড়ৰ পৰা অভিক চক্ৰৱৰ্তী

আজি ডিব্ৰুগড়ত ভাইৰাছবিধৰ দ্বাৰা বহু সংখ্যক লোক আক্ৰান্ত হোৱা বুলি দিয়া ভুৱা খবৰটোত চিকিৎসক ডাঃ অমৃত বৰুৱাৰ উদ্ধৃতি দিয়া হৈছে।

নৰ্থ-ইষ্ট নাওৰ ডিব্ৰুগড়ৰ সংবাদদাতাই এই সন্দৰ্ভত চিকিৎসকজনক যোগাযোগ কৰাত কয় যে তেওঁ ডিব্ৰুগড় আৰক্ষী থানাত এই ভুৱা প্ৰাচৰৰ বিৰুদ্ধে এটা গোচৰ দিছে। “মই যেতিয়া মোৰ নামৰ সৈতে এই ভুৱা খবৰটো প্ৰচাৰ হোৱা বুলি জানিব পাৰো, তেতিয়া অতি আচৰিত হওঁ। এই বাৰ্তাটোত মানুহ আতংকিত হ’ব পাৰে।” ডাঃ বৰুৱাই কয়।

হোৱাটছ এপত ঘূৰি ফুৰা ভুৱা বাৰ্তাটো আছিল এনে ধৰণৰ–

NIPAH VIRUS ARRIVED DIBRUGARH

EMERGENCY INFORMATION PLEASE NOTE IT DOWN SERIOUSLY

Many people are admitted in Dibrugarh…. with strange sickness.  Dr Amrit  Baruah from Dibrugarh  said that the sickness is coming from eating Lechees (lechu). He said that if it is going on like this, thousands of people will die within a week. Please tell the children not to eat lechees. The leeches are eaten by bats and people are getting strange sickness.  It is affecting the liver and Dr Baruah is also affected.  He went to various doctors but sickness can’t be cured.  Dr Baruah said that he may die soon due to liver infection and he is already standing near……

নলবাৰীত নিপাহ ভাইৰাছ উপস্থিত হোৱা বুলি ওলোৱা ভুৱা বাতৰিটো–

NIPAH VIRUS ARRIVED NALBARI
EMERGENCY INFORMATION PLEASE NOTE IT DOWN SERIOUSLY

Many people are admitted in Nalbari Civil Hospital with strange sickness. Dr Nagen ch kalita from Nalbari Makhibaha said that the sickness is coming from eating Lechees (lechu). He said that if it is going on like this, thousands of people will die within a week. Please tell the children not to eat lechees. The leeches are eaten by bats and people are getting strange sickness. It is affecting the liver and Dr kalita is also affected. He went to various doctors but sickness can’t be cured. Dr kalita said that he may die soon due to liver infection and he is already standing near the graveyard.

Please forward this message if you want to save your children.

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd