• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ন্যায়াধিকৰণত গোচৰ চলি থকা এজনো লোকৰ নাম অন্তৰ্ভুক্ত নহয় চূড়ান্ত এন আৰ চিত : প্ৰতীক হাজেলা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2018 7:25 am
Photo-3-3-570x320
89
VIEWS
Share on FacebookShare on Twitter

বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা এজন লোকৰো নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এই কথা স্পষ্ট কৰিছে। হাজেলাই জানিব দিয়া মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা কোনো এজন ব্যক্তিৰ নাম বা তেওঁলোকৰ পৰিয়ালৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়।

আনহাতে, বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা বহু সংখ্যক লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ কথা স্বীকাৰ কৰি হাজেলাই কয় যে তেনে লোকৰ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ তথ্য গোপন কৰি একাংশ লোকে এন আৰ চিত নাম সুমুৱাবলৈ সক্ষম হৈছিল।

এনেলোকৰ বহুতেই নিজৰ নামৰ লগত সামঞ্জস্য থকা বুলি বা নিজৰ ঠিকনা সলনি কৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়াকৈ মৰিগাঁও জিলাত এনে ভালেসংখ্যক লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ প্ৰসংগত হাজেলাই স্পষ্ট কৰি দিয়ে যে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা কোনো এজন ব্যক্তিৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহয়।

বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ বিষয়টোত এতিয়াৰে পৰা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব বুলিও হাজেলাই জানিবলৈ দিয়ে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd