• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচ বছৰৰ অন্তত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 18, 2018 12:10 pm
20180718_092557

হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ নৱ নিযুক্ত স্থায়ী অধ্যক্ষ মনোজ কুমাৰ

93
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত নিযুক্তি দিয়া হ’ল স্থায়ী অধ্যক্ষ। সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়খনৰ এই দায়িত্ব গ্রহণ কৰে মনোজ কুমাৰে।

উল্লেখনীয় যে হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ অস্বাস্থ্যকৰ পৰিৱেশ, বিদ্যালয় ভৱনৰ পৰিত্যক্ত অৱস্থাৰ উপৰি স্থায়ী অধ্যক্ষ নথকা সন্দৰ্ভত বিগত সময়ত নৰ্থ-ইষ্ট নাওত ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ কৰা হৈছিল। আৰু ইয়াৰ পৰিণতিতে শেহতীয়া ভাৱে কেন্দ্ৰীয় মানব সম্পদ উন্নয়নে মনোজ কুমাৰক হাফলং কেন্দ্ৰীয় বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে নিয়োগ কৰিলে।

১৭ জুলাইত নৰ্থ-ইষ্ট নাওৰ লগত হোৱা এক সাক্ষাতকাৰত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰে বৰ্তমান বিদ্যালয় ভৱনৰ অৱস্থা অতি শোচনীয় বুলি উল্লেখ কৰি কয় যে বিদ্যালয়ৰ নতুন ভৱন সাজু হৈ উঠিছে। এতিয়া পথ নিৰ্মাণৰ কাম শেষ হ’লেই শ্ৰেণী কোঠাসমূহ নতুন ভৱনলৈ লৈ যোৱা হ’ব।

আনহাতে নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে হাফলঙৰ সেউজীয়া পৰিৱেশ দেখি আত্মবিভোৰ হৈ পৰা পৰিলক্ষিত হয়। প্ৰকৃতিৰ এনে মনোৰম দৃশ্যৰ মাজত কাম কৰিবলৈ পাই অধ্যক্ষজনে নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰে। মনোজ কুমাৰ ইয়াৰ আগতে দিল্লীৰ ছেক্টৰ ২৫ৰ কে ভি ৰোহিনীত কৰ্মৰত আছিল।

উল্লেখ্য যে হাফলং কেন্দ্ৰীয় বিদ্যালয়ত ২০১৩ চনত এম বি ছেত্ৰী নামৰ স্থায়ী অধ্যক্ষজনে অৱসৰ লোৱাৰ পাছৰে পৰা বিগত পাঁচ বছৰ কাল এনেদৰে অস্থায়ী অধ্যক্ষৰে চলিছিল বিদ্যালয়।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd