• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

প্ৰচণ্ড শিল বৰষুণে বহুতৰে ঘৰ-দুৱাৰৰ ক্ষতি কৰিলে মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 10:08 pm
hailstorm9
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত আজি প্ৰচণ্ড শিল বৰষুণে বহু ঠাইত বিভিন্ন ধৰণৰ ক্ষতি কৰাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত কৰে। আজি আবেলিৰ সময়ত ধুমুহাৰ সৈতে অহা এই শিলবৰষুণজাকে বিশেষকৈ পশ্চিম খাচি পাহাৰ জিলাৰ ৰিয়াংডো নামৰ ঠাইৰ বহুকেইঘৰ লোকৰ বাসগৃহৰ চাল উৰুৱাই নিয়ে।

ৰিয়াংডোৰ লগতে মৌচিনৰাত, মিনছো আৰু নাৰ্টিয়াঙতো শিলবৰষুণে ক্ষতিসাধন কৰে। শিলবৰষুণ শাম কটাৰ পিছত জিলা প্ৰশাসনে ক্ষয়ক্ষতিৰ বুজ লয়। অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আনহাতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ো বিভিন্ন ঠাইত হোৱা ক্ষয়ক্ষতিজনিত অৱস্থাৰ বুজ লোৱা বুলি সূত্ৰটোৱে জনাইছে।

মুখ্য মন্ত্ৰীয়ে বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে কথা পাতি ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে দুৰ্য্যোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগক ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে।

‘ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়াৰ সকলো ধৰণৰ ব্যৱস্থা কৰা হ’ব।’ মুখ্য মন্ত্ৰীজনে কয়।

তেওঁ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

কংগোৰ খবৰ : দুটাকৈ ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ১৯৩ গৰাকীৰ

September 13, 2025 8:17 am
মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

মেঘালয়ৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ ৯২ বছৰ বয়সত দেহাৱসান

September 13, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

September 13, 2025 8:56 am
দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

দেশতেই নিৰ্মাণ হ’ব ১১৪খন ৰাফেল : ২ লাখ কোটি টকাৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথত ভাৰত

September 13, 2025 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd