• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰথম বাৰৰ বাবে ১৩ ডিচেম্বৰৰ পৰা নাগালেণ্ড অলিম্পিক

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 10, 2017 11:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড ক্ৰীড়া ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ সিদ্ধান্ত। পোন প্ৰথম বাৰৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত ১৩ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ডিমাপুৰত আয়োজন কৰিব আন্তঃজিলা ভিত্তিক অলিম্পিক খেলৰ। এই কথা ঘোষণা কৰে নাগালেণ্ড অলিম্পিক সন্থাৰ সভাপতি তথা লোক সভাৰ সাংসদ নেইফিও ৰিঅ’ই। এই খেলত পুৰুষ আৰু মহিলাই দুয়োটা শাখাতে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ফুটবল, লন টেনিচ, টেবুল টেনিচ, টাইকোৱাণ্ডো, ৰেচলিং, ভলিবল আৰু উশ্বু খেলত খেলুৱৈ সকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াব পাৰিব বুলি আয়োজক সন্থাই জানিবলৈ দিয়ে। আয়োজক সন্থাই প্ৰত্যেক জিলা কমিটি সমূহক খেলুৱৈ বাছনি প্ৰক্ৰিয়া, যাতায়ত ব্যৱস্থা তথা পোচাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ বাবে অনুদান আগ বঢ়াইছে। প্ৰত্যেক জিলা দল সমূহৰ লগত কন্টিনজেন্ট মেনেজাৰ, ডেপুটি মেনেজাৰ, এজনকৈ মেনেজাৰ আৰু প্ৰশিক্ষক ৰখাৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই জিলা সমূহক জনাই দিয়া বুলি কয়। আয়োজকৰ ফালৰ পৰা খেলুৱৈ সকলক খোৱা তথা যাতায়তৰ সু-ব্যৱস্থা কৰি দিব বুলি জনায়। জানিব পৰা মতে জিলা কমিটিসমূহে উদ্যোক্তাক শুভউদ্ধোধনী অনুষ্ঠানত নিজৰ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব লগীয়া ধ্বজা বাহক খেলুৱৈ সমূহৰ নাম, তেওঁলোকৰ সফলতা আদি ইতিমধ্যেই জিলা কমিটি সমূহে প্ৰেৰণ কৰিছে। এই খেলৰ জৰিয়তে ভৱিষৎ  দিনত খেলুৱৈ সকলক যথেষ্ট উৎসাহী তথা অনুপ্ৰাণিত কৰিব বুলি নাগালেণ্ড অলিম্পিক সন্থাই অভিহিত কৰিছে।

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

September 10, 2025 11:34 am
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

September 10, 2025 11:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

অপাৰেচন সিন্দুৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল ৪০০ বিজ্ঞানীয়ে : সদৰী কৰিলে ইছৰোৰ মূৰব্বীয়ে

September 10, 2025 12:14 pm
অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদৰ বাবে নতুন এছ অ’ পি’ত অসম কেবিনেটৰ অনুমোদন

September 10, 2025 11:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd