• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমৰ খচৰাৰ প্ৰতিবাদত সোমবাৰে ধৰ্ণা কাৰ্যসূচী পালন কৰিব হাফলঙত

পঙ্কজকুমাৰ দেব by পঙ্কজকুমাৰ দেব
January 21, 2018 5:47 pm
101
VIEWS
Share on FacebookShare on Twitter

নগা খচৰা চুক্তি লৈ জাঙুৰ খাই উঠিছে ডিমা হাচাও জিলাৰ বিভিন্ন দল সংগঠন। লগতে জগদম্বা মালে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাৰ্বত্য জিলাত।

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমত কোনো চৰ্ততেই ডিমা হাচাওক অন্তৰ্ভুক্ত কৰিব নিদিয়াৰ লগতে পৃথক উন্নয়ন কর্তৃপক্ষ গঠনত বাধা দিয়া হব।

এই প্ৰস্তাৱিত খচৰাৰ প্ৰতিবাদত  কাইলৈ হাফলঙত প্ৰতিবাদী ধৰ্ণাৰ লগতে ৰাজপথত সমদল উলিওৱা হব।

আনহাতে,  অহা তিনি দিনৰ ভিতৰত যদি জগদম্বা মালে ডিমা হাচাওত উপস্থিত হৈ ক্ষমা নিবিচাৰে তেতিয়া হ’লে আহি থকা গণৰাজ্য দিবস বৰ্জন কৰাৰ লগতে ২৫ জানুৱাৰীৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাচাও জিলা বন্ধ ৰখা হ’ব।

ডিমাচা এপেক্স বডিৰ লগতে ডিমাচা ষ্টুডেন্ট ইউনিয়নৰ নেতা সকলে এই কথা স্পষ্ট কৰি দি কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এনে খচৰা চুক্তি প্ৰকাশ কৰা লৈ স্পষ্টীকৰণ দিব লাগে। আন্যথা পৰিস্থিতি বেলেগ দিশে গতি কৰিব।

উল্লেখ্য যে সংবাদ মাধ্যমত প্ৰকাশ হোৱা খচৰাৰ কোনো সত্যতা নাই বুলি এতিয়ালৈকে চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।

তদুপৰি, এপেক্স বডিৰ সভাপতি কল্যাণ দাওলাগুপুয়ে স্পষ্ট কৰি কয় যে চৰকাৰে এনে সিদ্ধান্ত যদি একান্তই ল’ব বিচাৰে তেতিয়া হ’লে ডিমা হাচাও অসমক বাদ দি বেলেগ জনজাতীয় ৰাজ্যৰ লগত থাকিব বিচাৰিব। আনহাতে তেওঁলোকে সমুহীয়াভাৱে ধৰ্মান্তৰিত হোৱাৰ পক্ষত চামিল হ’ব।

অসমীয়া হোৱাৰ পাছতো যদি অসম চৰকাৰে ডিমা হাচাওৰ ৰাইজৰ কাৰণে মাত মতাত আগুৱাই নাহে তেতিয়াহ’লে নাগালিমত নহয়,  বেলেগ জনজাতীয় ৰাজ্যৰ লগত যোৱাটো মঙ্গল হব বুলি ভাবে ছাত্ৰ নেতা সকলে।

 

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd