• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ হিচাপ বিচাৰি কলিয়াবৰত দুৰ্নীতি নিবাৰক অভিযান

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 8, 2018 9:52 pm
122
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি বিধায়ক ৰকিবুল হুছেইনৰ সম্পত্তিৰ হিচাপ বিচাৰি নগাৱঁত আজি পুনৰ অভিযান চলাই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে।

কংগ্ৰেছৰ পৰা নিলম্বিত নেতা অনিল ৰাজাৰ গোচৰৰ ভিত্তিত ইতিমধ্যে যোৱা ১৯ এপ্ৰিলৰ পৰা নগাঁৱৰ বিভিন্ন স্থানত অভিযান চলোৱা হৈছিল, কেইদিনমানৰ বিৰতিৰ পিছত আজি পুনৰ তেওঁৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান চলে।

এইবাৰ কলিয়াবৰৰ চুলুঙত থকা হুছেইনৰ কলিয়াভোমোৰা জল ক্ৰীয়া আৰু বিনোদন উদ্যানত অভিযান চলাই বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰে দুৰ্নীতি নিবাৰণ শাখাৰ চাৰিজনীয়া দলটোৱে ।

উল্লেখযোগ্য যে অনিল ৰাজাই দাখিল কৰা তালিকা অনুসৰি  নগাঁও চহৰৰ লগতে চামগুৰি সমষ্টিৰ কেবাটাও স্থানত অভিযান চলোৱাৰ পিছত আজি বিয়লি কলিয়াবৰৰ চুলুঙত থকা এই জল ক্ৰীয়া উদ্যানত অভিযান চলাই মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণ শাখাৰ দলটোৱে।

হুছেইনে কংগ্ৰেছৰ শাসন কালত বন আৰু পৰ্য্যটন বিভাগৰ মন্ত্ৰী হৈ থকা সময়তে ২০১০ চনত প্ৰায় ১০ বিঘা ভুমিত উক্ত উদ্যানখন মুকলি কৰিছিল।

উদ্যানখনৰ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰি কিছুসংখ্যক নথি পত্ৰ সংগ্ৰহ কৰি উভতি যায় অভিযানকাৰী দলটো ।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd