• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাপ্য আদায়ৰ দাবীত টিহুত গ্ৰামীণ ডাকসেৱকৰ ধৰ্মঘটত গ্ৰাহকৰ দুৰ্ভোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 2:21 pm
ATTACHMENT
107
VIEWS
Share on FacebookShare on Twitter

সৰ্বভাৰতীয় গ্ৰামীণ ডাকসেৱক সন্থাৰ আহ্বানমৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ডাক বিভাগৰ গ্ৰামীণ ডাকসেৱকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ২২ মে’ৰ পৰা চলাই অহা অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত আছে।

সৰ্বভাৰতীয় পৰ্যায়ৰ উক্ত ধৰ্মঘটৰ ফলত কালি নলবাৰী জিলাৰ টিহু উপ ডাকঘৰৰ কাম- কাজ দিনটোৰ বাবে স্তব্ধ হৈ পৰে। কালি পুৱা টিহু উপ ডাকঘৰৰ অধীনৰ অৰ্ধশতাধিক গ্ৰামীণ ডাকসেৱকে টিহু উপ-ডাকঘৰত সমৱেত হৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ইয়াৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই দি কাম- কাজ স্তব্ধ কৰি দিয়ে। গ্ৰামীণ ডাকসেৱক সকলে আনকি বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়টোৰ পৰিৱেশ উত্তাল কৰি তোলে।

তেওঁলোকে অভিযোগ কৰা মতে গ্ৰামীণ ডাকসেৱকসকলৰ বাবে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল হোৱাৰ দুবছৰ চাৰি মাহ পাৰ হৈ যোৱাৰ পাছতো হেমাহি কৰি আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ তথা ডাক বিভাগে কাৰ্যকৰী কৰা নাই। ফলস্বৰূপে ডাকসেৱকসকলে পূৰ্বৰ নিৰিখৰ দৰমহাতে চলিব লগা হোৱাত  কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা বুলিও তেওঁলোকে অভিযোগ কৰে।

আনহাতে কালি টিহু উপ-ডাকঘৰৰ কাম-কাজ স্তব্ধ হৈ পৰাত স্বাভাৱিকতে ডাকঘৰৰ গ্ৰাহকসকল চৰম অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

 

Recent News

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

 ‘দেশ প্ৰথম, দল পিছত’: কংগ্ৰেছক বাৰ্তা শশী থাৰুৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd