• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘পেদমেনত’ অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে অসমৰ উৰ্মিলা মহন্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 3:22 pm
বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘পেদমেনত’ অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে অসমৰ উৰ্মিলা মহন্তই

পেদমেন চলচ্চিত্রৰ এটি দৃশ্যাংশত উৰ্মিলা মহন্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিভাশালী অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তই বলীউদৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰ ‘পেদমেন’ত অক্ষয় কুমাৰ আৰু সোণম কাপুৰৰ সৈতে একেলগে অভিনয় কৰিছে। তেওঁক অক্ষয় কুমাৰৰ চৰিত্ৰটোক সহযোগিতা কৰা এটি গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব যিয়ে গ্ৰাম্য ভাৰতত ঋতুস্ৰাৱ সম্পৰ্কীয় পৰিচ্ছনতাৰ বিষয়ে সজাগতা সৃষ্টিৰ কামত ব্ৰতী হৈ আছে।

পেদমেনত তামিলনাডুৰ সামাজিক কৰ্মী পদ্মশ্ৰী অৰুণাচলম মুৰুগন্থমৰ কাহিনী দাঙি ধৰা হৈছে। এই ব্যক্তিগৰাকীয়ে ভাৰতত কম খৰচী চেনিটেৰী নেপকিন উৎপাদনৰ জৰিয়তে বিপ্লৱৰ সৃষ্টি কৰিছিল।

উৰ্মিলা মহন্তই ইৰাণৰ চলচ্চিত্ৰ নিৰ্মাতা মজিদ মজিদি পৰিচালিত ‘বিয়ণ্ড দ্য ক্লাউদছ’তো অভিনয় কৰিছে। তদুপৰি সোণাক্ষী সিনহাৰ সৈতে ‘আকিৰা’ ছবিতো উৰ্মিলাই অভিনয় কৰিছে। আনহাতে, অসমীয়া চলচ্চিত্ৰ ‘কথানদী’ত কৰা অভিনয়ৰ জৰিয়তে উৰ্মিলাই ইতিমধ্যে অসমীয়া দৰ্শকৰ মাজত সুপৰিচিতি লাভ কৰিছে।

উৰ্মিলাই এতিয়া ভাৰতৰ ‘পেদ মেন’ গৰাকীৰ  জীৱনীমূলক কাহিনীভিত্তিক চলচ্চিত্ৰখনত অভিনয়ৰে অভিনয় জগতত আৰু এক কীৰ্তি ৰচিবলৈ আগবাঢ়িছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

August 19, 2025 3:53 pm
‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

August 19, 2025 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd