• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাৰিষা সমাগত : নৌকা নিৰ্মাণত ব্যস্ত মাজুলীৰ নৌকা শিল্পী

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 3, 2018 12:28 pm
393
VIEWS
Share on FacebookShare on Twitter

বাৰিষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেয়ে বানৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীবাসীৰ একমাত্ৰ তথা অন্যতম সাৰথি হাত নাও সমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে জিলাখনৰ নৌকা শিল্পীসকল ।

কিয়নো বাৰিষা আহিলেই মাজুলীবাসীৰ বানৰ সৈতে আৰম্ভ হয়  সংগ্ৰাম। প্ৰায় ছয় মাহ ধৰি এক নাজল নাথল অৱস্থাৰ সৈতে সহবাস কৰিব লগা হয় মাজুলীৰ নদীপৰীয়া গাঁওসমুহৰ বাসিন্দাসকল।

ব্ৰহ্মপুত্ৰ কোৱাল সোঁতে নিমিষতে উটুৱাই নিয়ে নদীপৰীয়াৰ ঘৰ-দুৱাৰ জীৱন-সম্পদ। এনে সময়ত ঘৰত এখ

নাও নিৰ্মাণত ব্যস্ত এগৰাকী শিল্পী

ন নাঁও নহলে মাজুলীৰ চহা জীৱন হৈ পৰে প্ৰায় স্থবিৰ।

মাজুলীৰ শালমৰা, দক্ষিণপাট, অফলামূখ, চুমৈমাৰী, কৰতিপাৰ, মলাপিন্ধা, জেংৰাইমূখ, কৰতিপাৰ আদি অঞ্চলত সৰু-বৰ বিভিন্ন জোখৰ হাত নাৱৰ চাহিদা অতি বেছি। কিয়নো বাৰিষাৰ ছমাহ কাল ঘৰত এখন নাও নহলে বিভিন্ন আহুকালৰ সৃষ্টি হয় মাজুলীবাসীৰ।

বানত বুৰ যোৱা ঘৰখনৰ পৰা মূল্যৱান সামগ্ৰী সুৰক্ষিত স্থানলৈ নিয়া,  চিকিৎসালয়লৈ ৰোগী নিয়া, ঘৰৰ বাবে বজাৰ সমাৰ কৰা, ছাত্ৰ-ছাত্ৰীক পঢ়াশালীলৈ অনা নিয়া কৰা আদি কাৰ্যৰ বাবে মাজুলীবাসীয়ে নিৰ্ভৰ কৰিবলগীয়া হয় হাত নাওৰ ওপৰত।

সেয়ে এই সময়ছোৱাত মাজুলীৰ নৌকা শিল্পীসকলৰ সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে।

Recent News

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

কাটা তাঁৰ পাৰ হৈ অহা বাংলাদেশীক খেদি পঠিওৱাৰ বাবে ক্ষোভ বাংলাদেশ চৰকাৰৰ

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

‘যদি ন্যায়াধীশসকলে প্ৰট’কল ভংগ কৰিলেহেঁতেন’; মহাৰাষ্ট্ৰ ভ্ৰমণ কালত কি ক’লে মুখ্য ন্যায়াধীশগৰাকীয়ে?

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

পাকিস্তানত নিহত ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী ছইফুল্লাহ খালিদ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

১০০ দিনৰ কামত ৭৫ কোটি টকাৰ দুৰ্নীতি! গুজৰাটত গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ পুত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd