• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বি টি চিত নতুন ভূমি নীতি তৈয়াৰ কৰা নাই : হাগ্ৰামা মহিলাৰী

চাজিদ খান by চাজিদ খান
April 10, 2018 10:47 am
hagrama mohilary
170
VIEWS
Share on FacebookShare on Twitter

‘বি টি চি অসমৰ অবিচ্ছেদ্দ অংগ। বি টি চিৰ লগতে অন্যান্য অঞ্চলৰ উন্নয়ন হ’লেহে ৰাজ্যখনৰ উন্নয়ন হ’ব’, বুলি বি পি এফৰ ভেৰগাঁও জিলা মহোৎসৱ আৰু বি পি এফ ভেৰগাঁও জিলা সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে।

সোমবাৰে খৈৰাবাৰীৰ মহিৰংগ ভৱনত সামৰণি পৰা অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থকা হাগ্ৰামা মহিলাৰীয়ে কয়- বি টি চিত কোনো নতুন ভূমি নীতি তৈয়াৰ কৰা নাই। পূৰ্বৰ নীতিয়ে চলি আছে আৰু চলি থাকিব।

তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ সামৰণিৰ দিনা বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে সমদল উলিওৱাৰ পাছত দুপৰীয়া বিধায়ক মহেশ্বৰ বড়োৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বি পি এফ দল কেবল ৰাজনৈতিক দলেই নহয় ই সমাজিক সাংস্কৃতিক দল। দলটোৰ এটা ইতিহাস আছে বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

সভাত বি পি এফৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা, বিধায়ক, ই এম এম চি এল এ, সাংসদ, সমাজ কৰ্মী আদি উপস্থিত থাকি মুকলি সভাখন অধিক আকৰ্ষিত কৰি তোলে।

আনহাতে উক্ত সভাত কংগ্ৰেছ, আছু, ইউ পি পি আদিৰ পৰা ১০ জন নেতা বি পি এফত যোগদান কৰা পৰিলক্ষিত হয়।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd