• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাৰ শেষকৃত্যত অংশ লোৱাৰ বাবে মাজুলীৰ পৰা উভতিল জুবিন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 7, 2018 1:29 pm
zubeen garg
567
VIEWS
Share on FacebookShare on Twitter

‘হিয়া দিয়া নিয়া’ ছবি খনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতখনক পুনৰায় উজ্জ্বীৱিত কৰি তোলা অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় পৰিচালক তথা চিত্ৰ নিৰ্মাতা তথা সকলো চলচ্চিত্ৰ প্ৰেমীৰে মৰমৰ মুনিন বৰুৱাৰ মৃত্যুৰ খবৰ পাই মৰ্মাহত হৈ পৰিছে জুবিন গাৰ্গ ।

মুনিন বৰুৱাৰ লগত বিভিন্ন ছবিত একেলগে কাম কৰা জুবিন গাৰ্গে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে দুখত ভাগি পৰে। মুনীন বৰুৱা মোৰ পিতৃসম আছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি শোকত ভাগি পৰে জুবিন।

ইফালে মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই কণ্ঠশিল্পীগৰাকীয়ে মাজুলীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে।

উল্লেখযোগ্য যে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ আৰু মুনিন বৰুৱাৰ যুটীয়ে অসমীয়া চলচ্চিত্ৰ জগতখনক এটা সুকীয়া মাত্ৰা প্ৰদান কৰি থৈছে।

স্মৰ্তব্য যে জুবিন গাৰ্গৰ নতুন ছবি ‘কাঞ্চন জঙ্ঘা’ ৰ চিত্ৰগ্ৰহনৰ বাবে শুকুৰবাৰে সন্ধিয়া ভাগত মাজুলীলৈ আহিছিল কণ্ঠশিল্পীগৰাকী। তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা জুবিন গাৰ্গে আজি পুৱাই এই দু খবৰ লাভ কৰি চিত্ৰগ্ৰহণৰ কাম আধাতে সামৰি মাজুলী কমলাবাৰী ফেৰী ঘাটেৰে গুৱাহাটীলৈ ৰাওনা হয়।

আনহাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিশিষ্ট পৰিচালক মুনীন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰি পুনৰ মাজুলীলৈ উভতি আহিব বুলি জানিব পৰা গৈছে।

Recent News

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ সময়সীমা ৬ মাহলৈ বৃদ্ধি: লোকসভাত অনুমোদন লাভ

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd