• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত নহয় অসমৰ ভূমি : ৰাজনাথ সিঙ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 11:48 am
318
VIEWS
Share on FacebookShare on Twitter

২০১৫ চনত নগা বিদ্ৰোহীৰ লগত কেন্দ্ৰীয় চৰকাৰে কৰা নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নাগালেণ্ডৰ কহিমাৰ ওচৰৰ কিছামা গাঁৱত চলি থকা হৰ্নবিল উৎসৱৰ অষ্টম দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙ উপস্থিত হৈ নাগা ফেমৱৰ্ক চুক্তিৰ বিষয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ বাবে উক্ত ৰাজ্যকেইখনৰ ভৌগোলিক অখণ্ডতা বিনষ্ট নহয়। লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্থতাকাৰীজনে এই সন্দৰ্ভত নগা সংগঠনৰ লগত আলোচনা অব্যাহত ৰাখিছে। এই চুক্তিৰ ফলত নাগালেণ্ডৰ সীমান্তৱৰ্তী ৰাজ্য কেইখনৰ ভৌগোলিক অখণ্ডতা অপৰিৱৰ্তীত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জনায়। উল্লেখযোগ্য যে হৰ্নবিল উৎসৱৰ উদ্বোধক হিচাপে উপস্থিত থকা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণ প্ৰসংগত নাগালেণ্ডৰ দীৰ্ঘদিনীয়া দাবী পুৰণ হ’ব বুলি মন্তব্য কৰিছিল। তেওঁৰ এই মন্তব্যৰ পিছতে অসম-মণিপুৰ তথা অৰুণাচল প্ৰদেশত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছিল।

আনহাতে একেটা অনুষ্ঠানতে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে নাগালিম গঠন কৰা হ’ব বুলি ভাষণ প্ৰসংগত জনায়। এই চুক্তিৰ ফলত ভাৰত-ম্যানমাৰ সীমান্তৰ দুয়োপাৰে থকা নগা সকলৰ মাজত ব্যাহত হৈ থকা সকলো সম্পৰ্কৰ এতিয়া স্থায়ী সমাধান হ’ব। দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্য গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰই এই চুক্তি সম্পাদনা কৰা বুলি গৃহ মন্ত্ৰী গৰাকীয়ে জনায়। উল্লেখযোগ্য যে উত্তৰ-পূবৰ শান্তি-সম্প্ৰীতি, সুস্থিৰতা, উন্নয়ন আৰু বিকাশৰ পথত নাগালেণ্ডে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি গৃহ মন্ত্ৰী গৰাকীয়ে জনায়। গৃহ মন্ত্ৰীৰ এই ঘোষণাৰ পিছত বিভিন্ন জাতীয় দল-সংগঠন তথা অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰৰ প্ৰতিক্ৰিয়া মন কৰবি লগীয়া হ’ব।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd