• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহুৰ আনন্দৰ মাজতে বোকাখাতত বাইক ষ্টান্টে প্ৰাণ নিলে এজনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 18, 2018 10:44 pm
126
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ৰঙালী বিহু উদযাপনৰ মাজতেই ধাৰাবাহিক পথ দুৰ্ঘটনাই জোকাৰি গৈছে বোকাখাতক ৷ বিহুৰ আনন্দ উল্লাসৰ মাজতেই বোকাখাতৰ মেথনিত আজি সন্ধিয়া আন এক পথ দুৰ্ঘটনা সংঘটিত হয়।

নিজৰ মাজতেই চলোৱা বাইক ষ্টান্টৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে বোকাখাতৰ বিষ্ণুপুৰ গাঁৱৰ ক্ষিৰোদ দত্ত আৰু বোকাখাত জ্যোতিপুৰৰ সুগত ভূঞা নামৰ কিশোৰ দুজনে কাজিৰঙাৰ পৰা বোকাখাতলৈ দুখন বাইকত ষ্টান্ট কৰি আহি থাকোতেই বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ মাজতে পৰস্পৰ বাইকৰ হেণ্ডেলত লাগি দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ ফলত ক্ষিৰোদ দত্ত নামৰ যুৱকজনে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে দুৰ্ঘটনাটোত তেওঁৰ বাঁও ভৰি আৰু বাঁও হাতখনো ভাঙিছিল ৷ আনহাতে, সুগত ভূঞা নামৰ আনজন যুৱকে মূৰত সামান্য আঘাত পোৱাৰ লগতে বাঁও ভৰিখন ভাঙে ৷

গুৰুতৰভাৱে আহত দুয়োকে প্ৰাথমিক চিকিৎসাৰ বাবে তাৎক্ষনিকভাৱে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল যদিও পিছত সংকটজনক অৱস্থাত দুয়োকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

অৱশ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ক্ষীৰোদ দত্তক নিহত বুলি ঘোষণা কৰে চিকিৎসকে ৷

উল্লেখযোগ্য যে এনে একাংশ উদণ্ড যুৱকৰ বাইক ষ্ট্ৰান্টৰ বাবেই আজি কিছুদিনৰ পৰা বোকাখাতত সঘন বাইক দুৰ্ঘটনা সংঘটিত হৈ আহিছে, যোৱা দুমাহত উদণ্ড যুৱকৰ বাইক ষ্ট্ৰান্টত চাৰিজন যুৱকৰ মৃত্যু ঘটিছে ৷

কাজিৰঙাৰ পৰা বোকাখাত হৈ নুমলীগড় পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা সঘন পথ দূৰ্ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd