• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতৰ নুমলীগড়ত ধনশিৰি নদীৰ সংহাৰী বানে প্ৰাণ ল’লে এজনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 2, 2018 11:42 am
বানপানী

প্ৰতিনিধিত্বমূলক চিত্ৰ

113
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ পৰা নামি অহা ঢলে গোলাঘাটৰ সৰুপথাৰ বৰপথাৰৰ লগতে বোকাখাত মহকুমাৰ নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাত এতিয়া বিভিষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাইজৰ মাজত৷

ধনশিৰি নদীৰ জলপৃষ্ঠ অভাৱনীয় ভাৱে বৃদ্ধি পোৱাত ইতিমধ্যে গোলাঘাটৰ বহু অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বাঢ়নী পানীত ১ নং পাৰঘাতৰ নিৱাসী খুলো গোৱালা নামৰ এজন লোকে কৰুণ মৃত্যুক সাবটিব লগা হৈছে।ঘৰৰ ভিতৰত পানী সোমোৱাত ওখ ঠাই বিচাৰি ওলাই আহোতেই পানীত উটি গৈ মৃত্যু হয় লোক জনৰ।

ইফালে কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠই পূৰ্বৰ অভিলেখ ভংগ কৰি বিপদ সীমাৰ ২.৪৮ মিটাৰ ওপৰেৰ পানী বৈ আছে৷ সম্প্ৰতি  নুমলীগড়ত জলপৃষ্ঠ ৭৯.৯০ মিটাৰত আছে আৰু পানী বাঢ়ি আছে৷

অনুমান কৰা হৈছে যে আজি সন্ধিয়ালৈ নুমলীগড়ত ধনশিৰি নদীৰ পানী ০১.১১ মিটাৰ বাঢ়িব আৰু ন ন অঞ্চল প্লাৱিত কৰিব। ইয়াৰ পূৰ্বে ১৯৮৫ চনৰ ২৪ ছেপ্তেম্বৰত নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ সৰ্বাধিক ৭৯.৮৭ মিটাৰলৈ বৃদ্ধি পাইছিল৷

ইফালে বোকাখাতৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ০.১৪ মিটাৰ ওপৰেৰ বৈ আছে আৰু পানী ধীৰ গতিৰেহে বৃদ্ধি পাইছে৷ যাৰ বাবে কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলত বানৰ শংকা নাই বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ পাইছে ৷

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd