• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্খাস্তৰ পিছতো অসম লোকসেৱা আয়োগৰ ৱেবছাইটত জিলিকি আছে ৰাকেশ পালৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 6:57 pm
Rakesh Paul
116
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত হৈ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত দিন কটোৱা এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পালক কালি ৰাষ্ট্ৰপতিয়ে বৰ্খাস্ত কৰাৰ পিছতো আজিও আয়োগৰ ৱেবছাইটত (http://apsc.nic.in/) পালৰ নাম দেখা গ’ল নিলম্বিত অধ্যক্ষ হিচাপে। অৰ্থাৎ আয়োগে নিজৰ ৱেবছাইটৰ পৰা এতিয়াও আঁতৰোৱা নাই পালৰ নাম।

উল্লেখযোগ্য যে কালি ৰাষ্ট্ৰপতিয়ে কেলেংকাৰিত অভিযুক্ত তথা নিলম্বিত হৈ থকা প্ৰাক্তন অধ্যক্ষজনক পদৰ পৰা বৰ্খাস্ত কৰিছিল। তেওঁক বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ বাবে প্ৰয়োজনীয় অনুমোদনতো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চহী কৰিছিল।

মন কৰিব লগীয়া যে চাকৰিৰ বিনিময়ত টকা লোৱাৰ বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈ পাল বৰ্তমান কাৰাগাৰত আছে যদিও অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো সাংবিধানিক পদ হোৱা বাবে তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ ৰাষ্ট্ৰপতিৰ অনুমতিৰ প্ৰয়োজন আছিল।

কালি ৰাষ্ট্ৰপতিয়ে যাৱতীয় নথি-প্ৰত্ৰ পৰীক্ষা কৰি এই অনুমতি প্ৰদান কৰাৰ লগতে বিষয়াজনক নিলম্বনো কৰে।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যলয়ে ইতিমধ্যে তেওঁৰ বৰ্খাস্তকৰণৰ যাৱতীয় নথি-পত্ৰ কেন্দ্ৰৰ পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগলৈ প্ৰেৰণ কৰিছে। ডিজিটেল যুগৰ কথা সততে কৈ থকা চৰকাৰৰে এটা আয়োগৰ ৱেবছাইটত কিন্তু আজিও এই নিৰ্দেশ কাৰ্যকৰী হোৱাৰ কোনো ইংগিত পোৱা নগ’ল।

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd