• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ টাংখুল সম্প্ৰদায়ৰ প্ৰথমগৰাকী ইংৰাজী কাহিনীকাৰৰ কথাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 6:58 pm
Jim Wungramyao Kasom

ফ'টো ফে'চবুকৰ পৰা সংগ্ৰহৃত

179
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ টাংখুল সম্প্ৰদায়ৰ জিম য়ুংৰাময়াও কাছ’ম সম্প্ৰদায়টোৰ পৰা প্ৰথমগৰাকী ইংৰাজী কাহিনীকাৰ হিচাপে উলাই আহিছে।

যোৱা ১২ মে’ত নতুন দিল্লীত তেওঁৰ প্ৰথমখন গল্পসংকলন ‘Homecoming : And other stories’ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

১৯টা চুটি গল্পৰে সমৃদ্ধ গল্পসংকলনখনত টাংখুল নাগাসকলৰ ইতিসাহৰ কিছু আভাস তুলি ধৰা হৈছে।

গল্পসংকলনখনৰ লেখক কাছ’ম প্ৰাণীবিজ্ঞানৰ স্নাতক হোৱাৰ এগৰাকী ভাল ফ’টোগ্ৰাফাৰো, বিভিন্ন আলোচনীৰ বাবে তেওঁ ফ’টোগ্ৰাফাৰ হিচাপে কাম কৰিছে।

জিম য়ুংৰাময়াও কাছ’মৰ ঘৰ হৈছে মণিপুৰৰ উখৰুল জিলাত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে দিল্লীত থাকে।

তেওঁৰ জীৱনত তেওঁৰ তিনিগৰাকী বুঢ়ীমাকৰ যথেষ্ট প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি কাছ’মে কয়, ‘মই এখন সৰু গাঁৱত ডাঙৰ হৈছো, য’ত কেৱল ২০০ ঘৰ মানুহ আছে আৰু ইয়াত প্ৰতেকে প্ৰত্যেকক নামেৰে সৈতে চিনি পায়। সেয়ে আমাৰ মাজত এক ঘনিষ্ঠ সামাজিক বান্ধোন আৰু কাহিনী কোৱাৰ এক পৰম্পৰা আছিল। এই কথাবিলাকেই মোক গল্পসমূহ লিখিবলৈ প্ৰেৰণা যোগাইছিল।‘

Recent News

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ বাবে পুৰীত উপস্থিত লাখ লাখ ভক্ত

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

স্পেইনৰ বাৰ্চিলোনাত বিৰল সন্মান লাভ কৰিলে অসম সন্তান ড° অনুৰাগ কাশ্যপে

দেশ চাই ভেশ, বিতৰ্কৰ কোনো কথা নাই-কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ মন্তব্য

দেশ চাই ভেশ, বিতৰ্কৰ কোনো কথা নাই-কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতাৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd