• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ মন্তব্যৰ বিৰুদ্ধে এতিয়াও অব্যাহত আছে দল-সংগঠনৰ বিৰোধীতা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 3:02 pm
ibobi-singh-570x320
87
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে গুজৰাটৰ মাধৱপুৰ মেলাত কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এতিয়াও ৰাজ্যখনৰ বহু দল-সংগঠনে তীব্ৰ বিৰোধীতা কৰি থকা পৰিলক্ষিত হৈছে।

উল্লেখ্যযোগ্য যে গুজৰাটৰ পোৰবন্দৰ জিলাৰ গিৰত অনুষ্ঠিত মাধৱপুৰ মেলাত মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা বিতৰ্কিত মন্তব্যক লৈ মণিপুৰ ষ্টুডেণ্টছ ফেডাৰেশ্যন চমুকৈ এম এছ এফৰ লগতে বহু ৰাজনৈতিক দল-সংগঠনে বীৰেন সিঙক ৰাজহুৱাভাবে ক্ষমা খোজাৰ দাবী তোলে।

গুজৰাটত অনুষ্ঠিত হোৱা মেলাত মুখ্য মন্ত্ৰীগৰাকীয়ে অংশ লৈ এক বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল। দ্বাপৰ যুগ তথা ভগৱান শ্ৰীকৃষ্ণৰ সময়ৰ পৰাই মণিপুৰ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশ বুলি তেওঁ মেলাত এই বিতৰ্কিত মন্তব্যটো আগবঢ়াইছিল।

এই বিতৰ্কিত মন্তব্যটোৰ বিৰুদ্ধে ৰাজ্যখনৰ সৰ্বত্ৰে বিৰোধীতা হৈ থকাৰ সময়তে শণিবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী ও ইববী সিঙ আৰু কংগ্ৰেছৰ অন্য নেতৃবৃন্দই এখন সংবাদ মেল সম্বোধন কৰি মুখ্য মন্ত্ৰী বীৰেন সিঙক তীব্ৰ সমালোচনা কৰা দেখা যায়। মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দক সন্তুষ্ট কৰিবৰ বাবেই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰা বুলিও অভিহিত কৰে।

‘উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস বিকৃত কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভূল তথ্য আগবঢ়াইছে, সেয়ে বীৰেন সিঙে সকলো ৰাইজৰ আগত ক্ষমা খুজিব লাগিব’, এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী ইববী সিঙে।

তেওঁ লগতে কয়, ‘মুখ্য মন্ত্ৰী এজনৰ পৰা সৰ্বসাধাৰণ ৰাইজ তথা কংগ্ৰেছে এনেধৰণৰ ইতিহাস বিকৃত মন্তব্য কোনো দিনে আশা নকৰে’।

আনহাতে এই সম্পৰ্কত মুখ্য মন্ত্ৰী বীৰেন সিঙে মণিপুৰবাসীৰ আগত ক্ষমা খুজিব লাগিব বুলি মণিপুৰ পিপলছ পাৰ্টী চমুকৈ এম পি পিৰ নেতৃবৃন্দইও দাবী তোলে।

ইয়াৰ উপৰি এম পি পিৰ অধ্যক্ষ ঐনাম জুগিন্দ্ৰই বীৰেন সিঙক মণিপুৰৰ ইতিহাস অধ্যয়ন কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে যোৱা শুকুৰবাৰে এম এছ এফৰ ছাত্ৰ নেতাৰ লগত হোৱা আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী বীৰেন সিঙে এই সম্পৰ্কত অতি শীঘ্ৰে স্পষ্টীকৰণ প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd