• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ অনীহা হৈছে নেকি হাগ্ৰামাৰ ?

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
January 18, 2018 8:34 pm
hagrama mohilary

বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

138
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বহু প্ৰতীক্ষিত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ পূৰ্বতে বিপিএফ দলে ব্যাপক উৎসুকতা প্ৰকাশ কৰি বিপিএফ দলৰ পৰা দুজনকৈ মন্ত্ৰিত্ব দাবী কৰিছিল যদিও এতিয়া অনিশ্চিয়তাত থকা  মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ।

পূৰ্বতে অতি উৎসাহেৰে মন্ত্ৰিত্ব আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হাগ্ৰামা মহিলাৰীয়ে বক্তব্য প্ৰদান কৰিছিল যদিও আজি সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল মন্ত্ৰিত্ব সম্পৰ্কে সোধা এক প্ৰশ্নত্তোৰত ।

আজি কোকৰাঝাৰ জিলাৰ বিছমুৰী , চিম্বৰগাঁও আদিকে ধৰি বহু অঞ্চলত পঞ্চম ফাইনেন্সৰ অধীনত উন্নয়নমুলক কামকাজৰ আধাৰশিলা স্থাপন কৰি বিটিএডিৰ উন্নয়নৰ গতি ত্বৰাম্বিত কৰাৰ পদক্ষেপ হাতত লোৱা হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন সন্দৰ্ভত বক্তব্য ৰাখে আৰু পঞ্চম ফাইনেন্সত ৰাস্তা ঘাটৰ উন্নয়নক সৰ্বাধিক গুৰুত্ব দিয়া হব বুলি মন্তব্য প্ৰকাশ কৰিছে যদিও মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ কোনো ধৰণৰ বক্তব্য ৰাখিবলৈ সন্মত নহল ।

প্ৰকৃততে আৰএছএছ লবীকেন্দ্ৰিক ৰাজনীতিয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক প্ৰভাৱান্বিত কৰিছে নেকি তাক লৈ গুণাগঁথা অব্যাহত থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বক্তব্য প্ৰদান কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ অন্তৰালত গুপুত ৰহস্য লুকাই আছে বুলি ধাৰণা কৰা হৈছে ।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd