• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহকুমা প্ৰশাসন ৰাইজৰ সহযোগত বোকাখাতত মহকুমা পুথিভঁৰাল উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
April 26, 2018 2:54 pm
107
VIEWS
Share on FacebookShare on Twitter

মহকুমা ঘোষণা হোৱাৰ কেইবা বছৰৰ পিছত আজি মহকুমা প্ৰশাসন আৰু স্থানীয় লোকৰ সহযোগত আনুষ্ঠানিক ভাৱে বোকাখাতত মহকুমা পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰা হয় ৷ বোকাখাতৰ নাট্য মন্দিৰৰ এটা বাৰ্তানুকুল কোঠাত অস্থায়ীভাৱে আৰম্ভ কৰা হৈছে বোকাখাতৰ মহকুমা পুথিভঁৰাল ৷

এই উপলক্ষে বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত এক উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া, আপকুৰ উপদেষ্টা ভৱেশ শইকীয়া, নাট্যমন্দিৰৰ সভাপতি গোলাপ কলিতা, পুৱতি সাহিত্য সভাৰ সভাপতি কল্পনা চেতিয়া, সাহিত্য সভাৰ কাৰ্যকৰী সদস্য হেমেন হাজৰিকা, মহুৰাৰ সাহিত্যক মহেন শইকীয়া, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত গগৈ আৰু চি এন বি মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ দত্তৰ লগতে বোকাখাতৰ জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত থাকে ৷

অনুষ্ঠানত মহকুমা পুথি ভঁৰালৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই ৷ সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকীয়ে ৷

অনুষ্ঠানটোত বোকাখাতৰ বহু লোকে বোকাখাত মহকুমা পুথিভঁৰাললৈ কিতাপৰ লগতে আচবাব আৰু কিতাপ থোৱা আলমীৰা আগবঢ়ায় ৷

অনুষ্ঠানতে মহকুমাধিপতি বিবেক শ্যামে মহকুমা পুথিভঁৰালৰ বাবে ভূমি প্ৰদানৰ বাবেও আশ্বাস প্ৰদান কৰে ৷

ৰাইজৰ প্ৰচেষ্টাৰে এই পুথিভঁৰালৰ আৰম্ভণী হৈছে যদিও বোকাখাতৰ জনসাধাৰণে অচিৰেই বোকাখাতৰ এই মহকুমা পুথিভঁৰালক চৰকাৰী স্বীকৃতি প্ৰদান কৰি এজন গ্ৰন্থাগাৰিক নিযুক্তি দিবৰ বাবে দাবী জনায় ৷

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd