• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা সবলীকৰণৰ ওপৰত আধাৰিত উপন্যাস ‘লিচ্‌ন টু মাই হাৰ্টবিট’

পায়েল ভট্টাচাৰ্যি by পায়েল ভট্টাচাৰ্যি
April 9, 2018 5:53 pm
HeartBeat-570x320
211
VIEWS
Share on FacebookShare on Twitter

লেখিকা প্ৰজ্ঞা জি এছৰ প্ৰথম প্ৰকাশিত কিতাপ ‘লিচ্‌ন টু মাই হাৰ্টবিট’ মহিলা সবলীকৰণৰ  ওপৰত আধাৰিত এখন কিতাপ। তেওঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু বৃক্ষ উদ্যানৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ তেজস মৰিস্বামীৰ পত্নী।

দিল্লীত জন্মলাভ কৰা প্ৰজ্ঞা জি এছে জীৱনৰ অধিকভাগ সময়েই কৰ্ণাটকত কটাইছিল। ইলেক্ট্ৰনিকছ আৰু কমিউনিকেশ্যনছত তেওঁ আভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰিছিল।বেংগালুৰুত তেওঁ নিজৰ ক্ষেত্ৰখনত এটা চাকৰিত নিয়োজিত হোৱাৰ পাছত তেওঁ চাকৰি বাদ দি লিখাত মনোনিৱেশ কৰে।

খিৰিকিৰে বৰষুণৰ টোপালৰ প্ৰাণ ভুলোৱা টপ্‌টপ্‌ শব্দ শুনি  একাপ কফিৰে সৈতে এখন উপন্যাস পঢ়ি তেওঁ খুব ভাল পায়।

তেওঁ আকাশৰ তৰা চাই কাহিনী সৃষ্টি কৰি ভাল পায়। তেওঁক প্ৰাচীন সভ্যতাৰ কাহিনীয়ে মুগ্ধ কৰে, যিহে তেওঁক সদায় আশ্বৰ্যচকিত কৰি ৰাখে।

‘লিচ্‌ন টু মাই হাৰ্টবিট’ হৈছে প্ৰজ্ঞাৰ সৃষ্টিশীল চিন্তাৰ যথাৰ্থ প্ৰতিফলন।

আত্মপ্ৰকাশ কৰা উপন্যাস হিচাপে এই উপন্যাসখনে যুক্তিপূৰ্ণভাৱে কাহিনীটো আগবঢ়াই লৈ গৈছে। য’ত  কাহিনীয়ে দাবী কৰিছে তেতিয়াই এটা প্ৰত্যশিত বিৰাম দিয়া গৈছে।

এই কিতাপখন পঢ়িলে মন-প্ৰাণ সতেজ হৈ পৰে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ সৈতে আমি একাত্ম হৈ পৰাৰ অৱকাশ আছে। উপন্যাসখনত একক পিতৃ-মাতৃৰ সন্তানৰ সমস্যা আৰু মহিলা সবলীকৰণ আদি সামাজিক বিষয়সমূহকো চুই যোৱা হৈছে।

‘লিচ্‌ন টু মাই হাৰ্টবিট’ৰ কাহিনী সময়ে সময়ে দুৰ্নীবাৰ অনুভুতি আৱেগে তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ ভাবুকি লৈ অহা কলেজীয়া জীৱনত প্ৰৱেশ কৰা পাঁচজন বন্ধুৰ কাহিনী।

Recent News

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd