• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ কংগ্ৰেছ প্ৰাৰ্থীক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

চাইদুল খান by চাইদুল খান
February 12, 2018 9:47 pm
cong-candidate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুমতিবিহীন সভা আয়োজন কৰা তথা সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত আজি নিৰ্বাচন আয়োগে মেঘালয়ত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হোৱা এজন প্ৰাৰ্থীৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

জানিব পৰামতে নিৰ্বাচন আয়োগৰ ৰোষত পৰা প্ৰাৰ্থীজন হ’ল দক্ষিণ তুৰা সমষ্টিৰ গ্ৰিথালছন আৰেং। জাননীখনত আৰেঙক অহা মঙলবাৰৰ ভিতৰত কাৰণ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে, যাৰ ব্যৰ্থতাই তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম মতে ব্যৱস্থা ল’বলৈ বাধ্য কৰিব বুলি কোৱা হৈছে।

সূত্ৰটোৱে কোৱা মতে আৰেঙৰ বিৰুদ্ধে এন পি পিয়ে আয়োগক অভিযোগ দিছিল যে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে তুৰাৰ নতুন ৱালবেকগ্ৰীত ৯ ফেব্ৰুৱাৰিত বিজেপি আৰু এন পি পিৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিছিল।

অভিযোগটোত উল্লেখ কৰা মতে আৰেঙে এই দুটা দলক ভোট দিলে ৰাজ্যখনৰ পৰা খ্ৰীষ্টান ধৰ্ম উচন হ’ব বুলি মন্তব্য কৰিছিল।

অভিযোগটো এন পি পি দলৰ সাধাৰণ সম্পাদক মেথিয়াছ এন মাৰাকৰ দ্বাৰা নিৰ্বাচনী সমন্বয়কৰ কাৰ্য্যালয়ত যোৱা ১০ ফেব্ৰুৱাৰিত দিয়া হৈছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ মন্তব্যই মানুহৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি অভিযোগটোত কোৱা হৈছে।

কাৰণ দৰ্শোৱাৰ জাননীখনত এইটোও কোৱা হৈছে যে আৰ্হি আচৰণ বিধি প্ৰযোজ্য হৈ থকা সত্ত্বেও কংগ্ৰেছ প্ৰাৰ্থীজনে নিৰ্বাচনী সভাখনৰ বাবে অনুমতিও লোৱা নাছিল।

‘এনেকুৱা সময়ত অনুমতিবিহীনভাৱে সভা অনুষ্ঠিত কৰাটোক আপোনাৰ আৰ্হি আচৰণ বিধি তথা নিয়ম ভংগ কৰাৰ ইচ্ছাপূৰ্বক প্ৰয়াস হিচাপে ধৰা হৈছে।’ এইদৰে কোৱা হৈছে জাননীখনত।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

September 14, 2025 9:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am
প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd