• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লফিকুল হত্যাৰ তদন্তৰ উদ্দেশ্যে কোকৰাঝাৰত চি বি আইৰ দল

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 12, 2018 8:41 pm
যিখন দোকানৰ সন্মুখত লফিকুলক হত্যা কৰা হৈছিল, সেইখন দোকান পৰিদৰ্শন চি বি আইৰ দলৰ।

যিখন দোকানৰ সন্মুখত লফিকুলক হত্যা কৰা হৈছিল, সেইখন দোকান পৰিদৰ্শন চি বি আইৰ দলৰ।

99
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তথা ৰাজনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰা এ বি এমছুৰ নেতা লফিকুল আহমেদৰ হত্যাৰ তদন্ত কৰিবলৈ আজি কলকাতাৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি বি আই)ৰ এটা দল কোকৰাঝাৰত উপস্থিত হয়হি। ছজনীয়া এই দলটো বিশেষ অপৰাধ শাখাৰ এজন আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা বুলি সূত্ৰটোৱে জনাইছে।

দলটোৱে প্ৰথমে লফিকুল আহমেদক গুলীয়াই হত্যা কৰা ঠাই পৰিদৰ্শন কৰে। তেওঁলোকে তিতাগুৰিত থকা টাইলছ দোকানখনলৈ যায়।

উল্লেখযোগ্য যে এইখন দোকানৰ সন্মুখতে লফিকুলে দোকানখনৰ পৰা কিবা ক্ৰয় কৰিবলৈ আহোতে অজ্ঞাত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল।

তাৰ পৰা তেওঁলোকে চালাকাটি এন টি পি চি ষ্টেইট বেংকলৈ যায় আৰু

পিছত কোকৰাঝাৰ আৱৰ্ত ভৱনলৈ ঘূৰি যায়। দলটো ৰাতিটো কোকৰাঝাৰ আৱৰ্ত ভৱনতে থকাৰ কথা। আজিৰ তদন্ত সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে চি বি আই দলটো।

উল্লেখযোগ্য যে লফিকুল আহমেদৰ হত্যাৰ পিছতে এই হত্যাকাণ্ড ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ কৰি বিভিন্ন দল-সংগঠনে ইয়াৰ চিবিআইৰ তদন্ত দাবী কৰিছিল। অসম চৰকাৰেও চিবিআইৰ তদন্ত কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

আনহাতে লফিকুলৰ ভায়েকে সাংবাদিকৰ আগত মন্তব্য কৰে যে তেওঁলোকে সোনকালেই ন্যায় বিচাৰে। চি বি আইৰ ওপৰত তেওঁলোকৰ আস্থাও প্ৰকাশ কৰে তেওঁ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd