• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লাৰছেন এণ্ড টউব্ৰ’ৱে দায়িত্ব ল’লে বাংলাদেশৰ ভেৰামাৰাৰ ৩৬০ মেগাৱাট সম্পন্ন শক্তি প্ৰকল্পৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 6:39 pm
121
VIEWS
Share on FacebookShare on Twitter

আভিযান্ত্ৰিক ক্ষেত্ৰৰ মহাৰথী লাৰছেন এণ্ড টউব্ৰ’ৱে বাংলাদেশৰ ৩৬০ মেগাৱট শক্তিসম্পন্ন ভেৰামাৰা প্ৰকল্পৰ দায়িত্ব গ্ৰহণ কৰিছে।

ভেৰামাৰা কম্বাইন্ড চাইক’ল পাৱাৰ প্লেন্ট ডেভেলপমেন্ট প্ৰজেক্টটো বাংলাদেশৰ শক্তি উন্নয়ন পৰিষদৰ এটি সম্পূৰ্ণ ৰাজসাহায্যযুক্ত নৰ্থ ৱেষ্ট পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেডক যোৱা ৫ জানুৱাৰীত হস্তান্তৰ কৰা হৈছিল।

এই শক্তি প্ৰকল্পটো বাংলাদেশৰ খুছটিয়া জিলাৰ ভেৰামাৰাত অৱস্থিত। কলকাতাৰ পৰা শক্তি প্ৰকল্পটোৰ দূৰত্ব হ’ব আনুমানিক ২৫০ কিলোমিটাৰ।

লাৰছেন এণ্ড টউব্ৰ’ৱে জনায় যে ইয়াৰ কৰ্ম পৰিসৰৰ ভিতৰত আছে ডিজাইন, আভিযান্ত্ৰিক, যোগান, স্থাপনা আৰু চোৱাচিতাৰ দায়িত্বকে ধৰি সমগ্ৰ প্ৰকল্পটোৰ কামৰ প্ৰক্ৰিয়া। জাপানৰ মাৰুবেনি কৰ্পোৰেশ্যন আৰু মিট্ছুবিশি হিটাচি পাৱাৰ চিষ্টেমৰ বাবে কোম্পানীটোৱে এই দায়িত্বসমূহ চোৱাচিতা কৰিব।

 

Recent News

‘ভেনাছ ইনচাফিচিয়েন্সি’ ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি ট্ৰাম্প; কিমান গুৰুতৰ? জনালে হোৱাইট হাউছে

‘ভেনাছ ইনচাফিচিয়েন্সি’ ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি ট্ৰাম্প; কিমান গুৰুতৰ? জনালে হোৱাইট হাউছে

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

আম্বানীৰ চিৰিয়াখানাত ফুটুকী হৰিণ এৰি দিয়াক লৈ বিতৰ্ক; পশু প্ৰেমৰ আঁৰত প্ৰৱঞ্চনাৰ অভিযোগ!

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

এইবাৰ ১৬ বছৰতে ভোটাধিকাৰ দিয়াৰ পৰিকল্পনা কৰিছে ব্ৰিটেইনে

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd