• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোচাৰ উৎসৱ উপলক্ষে অৰুণাচলবাসীক শুভেচ্ছা মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 2:47 pm
losar.jpg
188
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মনপা, মেম্বা, ছেৰদুকপেন আৰু খাম্বা জনগোষ্ঠীৰ লোকসকলৰ বাবে পৱিত্ৰ বিবেচিত লোচাৰ উৎসৱ উপলক্ষে সমগ্ৰ ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

মুখ্য মন্ত্ৰী গৰাকীয়ে এক শুভেচ্ছাবাণীত লোচাৰৰ শুভক্ষণত ৰাজ্যবাসীক ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰি অৰুণাচল প্ৰদেশক উন্নতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ আহ্বান জনায়। তেওঁ লগতে সকলোৰ জীৱনলৈ যাতে সুখ সমৃদ্ধি আহে তাৰ বাবেও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

উল্লেখ্য যে একেটা উপলক্ষতে ৰাজ্যপাল বি ডি মিশ্ৰাই লোচাৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যৰ জনসাধাৰণক। তেৱোঁ এই উৎসৱে সকলোকে সুখ-সমৃদ্ধি প্ৰদান কৰিব বুলি আশা কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিগত প্ৰায় বহু বছৰ ধৰি মনপাকে আদি কৰি প্ৰদেশখনৰ অন্যান্য জনগোষ্ঠী সমূহে এই লোচাৰ উৎসৱ সমূহীয়াভাৱে পালন কৰি আহিছে। পৰম্পৰাগত লোকবিশ্বাস অনুসৰি পালন কৰি অহা এই উৎসৱৰ জৰিয়তে আপদ-বিপদ দূৰ হৈ সকলোৰে মাজলৈ সুখ আহে বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে।

ইয়াৰ ওপৰত ভিত্তি কৰিয়েই জনগোষ্ঠীটোৱে লোচাৰ উৎসৱ পালন কৰি আহিছে।

Recent News

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

শৰীৰত মেগনেছিয়ামৰ অভাৱ নেকি? কি কৰিব লাগে জানি লওক

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd