• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষাখণ্ডৰ ফোপোলা স্বৰূপ : কাছাৰ জিলাৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
March 23, 2018 9:47 pm
কাছাৰ
171
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ শিক্ষা খণ্ডত আমূল পৰিৱৰ্তনৰ বাবে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচিন গ্ৰহণ কৰাৰ সময়তে কাছাৰ জিলাৰ শিক্ষা খণ্ডত দেখা গৈছে ইয়াৰ বিপৰীত ছবি।

উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰাথমিক, মধ্য ইংৰাজী আৰু হাইস্কুলত টেট উত্তীৰ্ণ প্ৰাৰ্থীক ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি দিছে যদিও একাংশ বিদ্যালয়ত বৰ্তমানো ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱতে চলি আছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে কাছাৰ জিলাৰ উধাৰবন্দ শিক্ষা খণ্ডৰ অধীনত আৰকাটিপুৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰী নথকাৰ ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।

শুকুৰবাৰে বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি নঈম উদ্দীন লস্কৰ আৰু সদস্যই নৰ্থ ইষ্ট নাওক কয় যে ১৯৬০ চনতে প্ৰতিষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকৃত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে।

তেওঁলোকে প্ৰকাশ কৰা মতে স্কুলখনৰ ষষ্ঠ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৯২ জন, সপ্তম শ্ৰেণীত ১২৪ জন আৰু অষ্টম শ্ৰেণীত ১৪৯ জন ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ ৬ জন।

লগতে লস্কৰে উধাৰবন্দ সমষ্টিৰ ৰংপুৰ, মাঝাৰগ্ৰাম, গোহাঁইপুৰ, কাশীপুৰ, মধুৰা আদি গাওঁ‌ পঞ্চায়তৰ কেইবা শ’ ছাত্ৰ-ছাত্ৰীৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠানখনত অতি শীঘ্ৰে শিক্ষা বিভাগক শিক্ষক নিযুক্তি দি ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যৎ ৰক্ষা কৰিবলৈ অহ্বান জনায়।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd