• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাময়িকভাৱে স্থগিত আমচাঙৰ বাসগৃহ উচ্ছেদ অভিযান

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 29, 2017 2:16 pm
139
VIEWS
Share on FacebookShare on Twitter

বিগত দুটা দিনত ৭২০ টা বাসগৃহ আৰু নামঘৰ, মচজিদ, বিদ্যালয় আদি উচ্ছেদ কৰাৰ পিছত সমগ্ৰ অসমত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া তথা সমালোচনা হোৱা দেখি আজি প্ৰশাসনে আমচাং বনাঞ্চলৰ আৱাসিক এলেকাত উচ্ছেদ অভিযানৰ পৰা বিৰত আছে। তাৰ পৰিৱৰ্তে ঔদ্যোগিক এলেকাত উচ্ছেদ অভিযান চলোৱা বুলি জানিব পৰা গৈছে। যোৰাবাটৰ কোক ফেক্টৰিকে ধৰি অঞ্চলটোত থকা বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানত আজি প্ৰশাসনৰ হাতুৰীৰ কোব পৰিছে। যোৰাবাটৰ এঘাৰমাইললৈ এই উচ্ছেদ অভিযান সম্প্ৰসাৰিত হোৱা বুলি জনা গৈছে। অঞ্চলটোৰ আমচাং বনাঞ্চলৰ ভিতৰত পৰা চিমেণ্ট কাৰখানা আৰু কয়লা উদ্যোগ তথা আন আন ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা বুলি আমাক বিশেষ সূত্ৰই জনাইছে। আনহাতে চৰকাৰে আমচাং এলেকাৰ বাসগৃহ উচ্ছেদ কৰাৰ বাবে অধিক সময় বিচাৰিলে উচ্চ ন্যায়ালয়ত। আন এটা গুৰুত্বপূৰ্ণ খবৰ মতে কংগ্ৰেছে ৰাজনৈতিক লাভালাভৰ উদ্দেশ্য লৈ আমচাঙৰ ভুক্তভোগীৰ ওচৰ চাপিব বিচাৰি উচ্ছেদিত অঞ্চলৰ লোকৰ সৈতে মত বিনিময় কৰিব খুজিছিল যদিও স্থানীয় লোকসকলে তেওঁলোকক  প্ৰশ্ৰয় নিদিলে। জানিব পৰা মতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ৰাজ্যিক সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাই উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰিবৰ বাবে গৈছিল।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd