• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমাহীন উৎকন্ঠাৰ অন্ত পেলাই আজিৰ পৰা ১৩খন জিলাত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 9:29 am
গুণোৎসৱৰ তৃতীয় পৰ্যায়
1.2k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৭ ডিচেম্বৰত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ ফলাফল ঘোষণা কৰাৰ পিছতেই আজিৰে পৰা আৰম্ভ হ’ব ৰাজ্যৰ ১৩ খন জিলাৰ বিদ্যালয়ৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। লক্ষ্যণীয় যে তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ১৭ হাজাৰ ৮৮৩ খন নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সৰ্বমুঠ ১২লাখ ৩৭ হাজাৰ ৯২২জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে প্ৰায় বিদ্যালয়ে পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ চলিব লগা  গুণোৎসৱৰ  প্ৰথম দিনটোক শূণ্য দিন ৰূপে ধৰা হ’ব৷ এই দিনটোত বিদ্যালয় সমূহৰ শিক্ষক সকলে ছাত্ৰ ছাত্ৰী সকলৰ স্বমূল্যায়ণ কৰিব। পৰৱৰ্তী তিনি দিনত বহিঃ পৰ্যবেক্ষক (এক্সটাৰ্নেল এভালেটৰ) সকলে বিদ্যালয় সমূহত উপস্থিত থাকি ছাত্ৰ- ছাত্ৰী সকলৰ বিদ্যায়তণিক মূল্যায়ণৰ লগতে শিক্ষানুষ্ঠান খনৰ জড়িত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব৷ জানিব পৰা মতে, এগৰাকী বহিঃ পৰ্যবেক্ষকে গুণোৎসৱৰ শেষৰ তিনিদিনত মুঠ তিনি খন বিদ্যালয়ৰ বহী মূল্যায়ণ কৰিব৷ এই বহিঃ পৰ্যবেক্ষকৰ সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰিব বিদ্যালয় সমূহৰ গ্ৰেড প্ৰাপ্তি। সেয়েহে প্ৰতিখন বিদ্যালয়ে বিদ্যালয়ৰ সকলো দিশ জাকত জিলিকা আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে অঘোষিত প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰী  সকলোকো  শিক্ষক-শিক্ষয়ত্ৰীসকলে যথা সম্ভৱ প্ৰস্তুত কৰি তোলাৰ বাবে অহৰহ চেষ্টা চলোৱা দেখা গৈছে।। আনহাতে গুণোৎসৱক কেন্দ্ৰ কৰি বিদ্যালয় সমূহ অৱস্থিত প্ৰতিটো অঞ্চলতে উছৱ মুখৰ পৰিবেশৰ সৃষ্টি হোৱা দৃষ্টিগোচৰ হৈছে।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd