• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বচ্ছ ভাৰতৰ অংশ হিচাপে লাঙটিঙৰ বিভিন্ন অঞ্চলত চাফাই অভিযান

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
May 16, 2018 3:05 pm
20180514_115207
257
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই লাঙটিঙ মহিলা সমিতিৰ উদ্যোগত লাঙটিঙৰ বিভিন্ন ঠাইত চলোৱা হয় চাফাই অভিযান। লাঙটিঙ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলো চৌহদ আৰু খাদি কেন্দ্ৰত স্থানীয় মহিলা নেত্ৰী ৰিঙমিলা হোজাইৰ নেতৃত্বত এই  চাফাই অভিযান চলোৱা হয়।

বিগত কেইবা বছৰ ধৰি লাঙটিঙৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলো পৰিত্যক্ত অৱস্থাত আছিল। এনে পৰিস্থিতিত স্থানীয় মহিলা গোটে লাঙটিঙ হাইস্কুল পথত থকা বাংলো চৌহদত চাফাই অভিযান চলায়। এই চাফাই অভিযানত অঞ্চলটোৰ অৰ্ধশতাধিক মহিলাই অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে ভাৰতীয় সেনাই বহু বছৰ উক্ত পৰিদৰ্শন বাংলোটো শিবিৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল। কিন্তু সেনাই শিবিৰটো এৰি দিয়াৰ পাছত বিভাগীয় কৰ্তৃপক্ষই বাংলোটো সম্পৰ্কে তেনেধৰণৰ কোনো গুৰুত্ব আৰোপ কৰা নাই। যাৰ কাৰনে বাংলোটোৰ চৌপাশে জংঘলে আৱৰি ধৰে। আৰু সেই উদ্দেশ্যে মহিলাসকলে এই চাফাই কাৰ্যসূচী লয়।

আনহাতে খাদি কেন্দ্ৰ চৌহদতো মহিলাসকলৰ দ্বাৰা চাফাই অভিযান চলোৱা হয়।

উক্ত চাফাই অভিযানৰ গুৰি ধৰোতা তথা মহিলা নেত্ৰী ৰিঙমিলা হোজাইয়ে কয় ‘ লাঙটিঙ মহিলা সমিতিয়ে গ্ৰহণ কৰা চাফাই অভিযান এয়া প্ৰথম নহয়। ইয়াৰ আগতেও আমি চাফাই অভিযানত অংশ লৈছো। কাৰণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযানত অধিক গুৰুত্ব দিছে আৰু প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰতৰ অংগ হিচাপে আমি এই অভিযান আৰম্ভ কৰিছো।‘

ইয়াৰ উপৰি তেওঁ কয় যে সাধাৰন ৰাইজৰ মাজত স্বচ্ছতাৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে আমি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰো।

Recent News

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

ইডিক ৰাজনৈতিক যুঁজৰ অহিলাৰ দৰে ব্যৱহাৰ কৰাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd