• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙত ৰাজ্যপালৰ বৈঠকত প্ৰৱেশত বাধা; আৱৰ্ত ভৱন ত্যাগ ক্ষোভিত সাংবাদিকৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 11, 2018 9:38 pm
Assam-Governor-Jagdish-Mukhi-in-Haflong

হাফলঙত ৰাজ্যপাল মুখি

82
VIEWS
Share on FacebookShare on Twitter

হাফলং আৱৰ্ত ভৱনত আজি ১১ এপ্ৰিলত দুঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ বৈঠকত প্ৰৱেশৰ অনুমতি নোপোৱাক লৈ প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে ডিমা হাচাও জিলাৰ সাংবাদিকসকলে। ৰাজ্যপালৰ অনুষ্ঠানত সংবাদ মাধ্যমক কৰা এনে ব্যৱহাৰক ‘দুৰ্ভাগ্যজনক’ বুলি মত প্ৰকাশ কৰিছে হাফলং প্ৰে’ছ ক্লাব ( Haflong Press Club )ৰ সভাপতি অনুপ বিশ্বাসে।

দুদিনীয়াকৈ হাফলং ভ্ৰমণলৈ যোৱা ৰাজ্যপাল মুখিয়ে আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত জিলাখনৰ প্ৰত্যেক বিভাগৰে মুৰবীসকলৰে সৈতে এক বৈঠকত মিলিত হৈছিল। কিন্তু সেই পৰ্যালোচনা বৈঠকত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ প্ৰৱেশত বাধা দিয়া হয়। দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈকে আৱৰ্ত ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে অপেক্ষা কৰাৰ পিছত অধিকাংশ সংবাদকৰ্মীয়ে আৱৰ্ত ভৱন ত্যাগ কৰে।

ঘটনাটোত ক্ষোভ প্ৰকাশ কৰি সংবাদকৰ্মীসকলে প্ৰশ্ন তুলিছে যে বিভাগৰ কাম-কাজৰ পৰ্য্যালোচনা বৈঠকত এনে কি আলোচনা হৈছে য’ত সংবাদ মাধ্যমৰ প্ৰতিনিধি থাকিলে সমস্যা হ’ব পাৰে?

একাংশ সাংবাদিকে অভিযোগ কৰিছে যে সাংবাদিকক মাতি আনি অপদস্থ কৰাতো ডিমা-হাচাও জিলাত এটা অলিখিত নিয়মত পৰিণত হৈছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd