• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯ এপ্ৰিলৰ পৰা মঙলদৈ মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
April 16, 2018 8:20 pm
-basketball-

প্ৰতিনিধিত্বমূলক ছবি

128
VIEWS
Share on FacebookShare on Twitter

পোন প্ৰথমবাৰৰ বাবে আন্তঃমহাবিদ্যালয় পৰ্যায়ৰ কোনো প্ৰতিযোগিতা আয়োজনৰ সুবিধা লাভ কৰিছে দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ে। মহাবিদ্যালয়খনে ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ তিনিদিনীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

এই প্ৰতিযোগিতাখনক লৈ ইতিমধ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰা পৰিলক্ষিত হৈছে। মহাবিদ্যালয়খনত সকলো ধৰণৰ সা-সুবিধা সম্পন্ন এখন অত্যাধুনিক বাস্কেটবলৰ ক’ৰ্টো সাজি উলিওৱা পৰিলক্ষিত হৈছে।

ইফালে প্ৰতিযোগিতা সম্পৰ্কে সকলো ধৰণৰ নীতি-নিয়ম মহাবিদ্যালয়খনৰ ৱেবছাইট www.mangaldaicollege.org ত উপলব্ধ কৰা বুলিও জানিবলৈ দিয়ে আয়োজক কৰ্তৃপক্ষই। তাৰোপৰি আয়োজক সমিতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

প্ৰতিযোগিতাখন সম্পৰ্কত আয়োজক সমিতিৰ সভাপতি তথা মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কে কে নাথে নৰ্থ-ইষ্ট নাওক জানিবলৈ দি নিজৰ মত ব্যক্ত কৰি কয় যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনত প্ৰায় ১০খনতকৈও অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে গুৱাহাটী মহাবিদ্যালয়ৰ উপাচাৰ্য প্ৰফ. মৃদুল হাজৰিকাই ১৯ এপ্ৰিলৰ ৰাতিপুৱা ১০ বজাত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতাখন উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰফ. এইচ পি শৰ্মাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব বুলি সদৰী কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নাথে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd