• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২২ চনৰ নেশ্যনেল গেমছলৈ সাজু মেঘালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 10:10 am
national-games-
93
VIEWS
Share on FacebookShare on Twitter

২০২২ চনত মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া নেশ্যনেল গেমছৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মেঘালয় চৰকাৰে প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

এই আলোচনাৰ অন্তত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বাণ্টেইড’ৰ লিংড’ৱে সংবাদ আধ্যমৰ আগত কয় যে প্ৰতিযোগিতাখন আয়োজনৰ বাবে আমি কিছু অসুবিধাৰ সন্মুখীন হৈছো যদিও এই ক্ষেত্ৰত আমি দৃঢ়তাৰে আগবাঢ়িব পাৰিম।

মেঘালয় ৰাজ্যিক অলিম্পিক সন্থাৰ কাৰ্যকৰী সভাপতি জন এফ খাৰিছিঙে মনৰ ভাব ব্যক্ত কৰি কয় যে এই প্ৰতিযোগিতাখনৰ জৰিয়তে মেঘালয়বাসীয়ে এক সোণালী ইতিহাসৰ সাক্ষী হৈ ৰ’ব। লগতে মেঘালয়ৰ যুৱ প্ৰজন্মই এই প্ৰতিযোগিতাখনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।

আনহাতে এই প্ৰতিযোগিতাখনত ব্যৱহাৰ হ’বলগীয়া ষ্টেডিয়াম সমূহ পাছলৈ পৰ্যটনস্থলী, পাৰ্ক আদিৰ বাবে সংৰক্ষণ কৰিব বুলিও জানিবলৈ দিয়ে এফ খাৰছিঙে।

উল্লেখযোগ্য যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই ৰাজ্যখনৰ এথলীট সকলে যাতে প্ৰতিযোগিতাখনত পদক কঢ়িয়াই আনিবলৈ পাৰে তাৰ বাবে তেওঁলোকক যথোপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা দিয়াৰ পোষকতা কৰে।

নেশ্যনেল গেমছ মেঘালয়ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাখনে ৰাজ্যখনক আগুৱাই লৈ যোৱাত বহু ক্ষেত্ৰত সহায় কৰিব বুলি মন্তব্য কৰে মুখ্য মন্ত্ৰী ছাংমাই।

আনহাতে মুখ্য মন্ত্ৰীয়ে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ উপৰি ৰাজ্যখনৰ বিমানবন্দৰ, ৰাস্তা-ঘাট, বিদ্যুতৰ যোগান, হোটেলৰ লগতে অন্যান্য সা-সুবিধাও প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

উল্লেখ্য যে নেশ্যনেল গেমছৰ বাবে মুখ্য মন্ত্ৰী ছাংমাই বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰি ৰাজ্যখনৰ আন্তঃগাথনি উন্নয়নৰ বাবে আলোচনাত মিলিত হোৱা পৰিলক্ষিত হৈছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd