• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩১ জানুৱাৰিত অনুষ্ঠিত হ’ব ইউপিপিএল যুৱ গোটৰ কেন্দ্ৰীয় সন্মিলন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 29, 2018 9:26 pm
UPPL Youth wing cometee
339
VIEWS
Share on FacebookShare on Twitter

ইউনাইটেড পিপল’ছ পাৰ্টী লিবাৰেল(ইউপিপিএল)ৰ যুৱ গোটৰ কেন্দ্ৰীয় সমিতিয়ে ৩১ জানুৱাৰি তাৰিখে দ্বিতীয় সংখ্যক বাৰ্ষিক সন্মিলনখনী অনুষ্ঠিত কৰিব। চিৰাং জিলাৰ থাইকাঝোৰাস্থিত ৰাইনো স্প’ৰ্টিং ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত হ’ব সন্মিলনখনৰ।

ইউপিপিএল যুৱ গোটৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত সন্মিলন সম্পৰ্কে মন্তব্য কৰি কয় যে জাক জমকতাৰে পৰিপূৰ্ণ এদিনীয়া সন্মিলনখনৰ শুভাৰম্ভ হ’ব পাৰ্টীৰ পতাকা উত্তোলনৰে। ইয়াৰ পিছতে চহিদ সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ১৩ নং বিটিচি পৰিষদৰ সদস্য মাওতি ব্ৰহ্ম হাজোৱাৰিয়ে।

উক্ত কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে ৪ নং বিটিচি পৰিষদৰ সদস্য জিৰন বসুমতাৰীয়ে চিৰাং প্ৰতিনিধি অধিৱেশন উদ্বোধন কৰিব।

এই সকলোবোৰ কাৰ্যসূচী সমাপন হোৱাৰ পিছতে অনুষ্ঠিত হ’ব সন্মিলনখনৰ মুকলি অধিৱেশন। অধিৱেশনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউপিপিএলৰ সভাপতি উৰখাও গৌৰা ব্ৰহ্ম। এই অধিৱেশনতে ইউপিপিএলৰ নেতা তথা বিটিচি পৰিষদৰ সাতগৰাকী সদস্যও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

বিটিচি অধ্যুষিত জিলা কোকৰাঝাৰ, পৰ্বতঝোৰা, গোসাঁইগাঁও, মুছলপুৰ, তামুলপুৰ, ভেৰগাঁও, ওদালগুৰি আৰু অন্যান্য অঞ্চলৰ পৰা ১০ হেজাৰ লোক সমাবেত হ’ব বুলি আশা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে।

আনহাতে বিৰ্দয় মুছাহাৰী আৰু নিকেল বৰ্গ’য়াৰীৰ নেতৃত্বত সন্মিলনখনৰ প্ৰস্তুতিৰ কাম পূৰ্ণ গতিত চলি থকা বুলি জনায়।

তেওঁ লগতে কয় যে ইউপিপিএল যুৱ গোটৰ সন্মিলনতে বিভিন্ন বিষয়ত গভীৰ আলোচনা কৰিব আৰু যুৱ সমাজ তথা জনসাধাৰণক আকৰ্ষিত কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ল’ব।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd