• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৬ মে’ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শিত হ’ব উৎপল বৰপূজাৰীৰ ছবি ‘ইশু’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 11:40 pm
Ishu-678x381

ইশু চলচ্চিত্ৰখনৰ এটি স্থিৰ চিত্ৰ

173
VIEWS
Share on FacebookShare on Twitter

৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ৰজতকমল প্ৰাপ্ত উৎপল বৰপূজাৰীৰ ছবি ‘ইশু’ অহা ৬ মে’ৰ দিনৰ ২ বজাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শন কৰা হ’ব।

অসমীয়া লেখিকা মনিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ উপন্যাসৰ কাহিনীৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।

চলচ্চিত্ৰখনত এটি সৰু ল’ৰাৰ দৃষ্টিৰে ডাইনীৰ নামত চলা কাণ্ড চিত্ৰিত কৰা হৈছে।

উল্লেখযোগ্য যে চিল্ডেৰন’ছ ফিল্ম ছচাইটি অফ ইণ্ডিয়াই (চিএফএছআই) প্ৰযোজনা কৰা উক্ত ছবিখনে ইতিমধ্যে বিশ্বৰ বিভিন্ন মহোৎসৱত প্ৰদৰ্শিত হৈছে।

এই সমাৰোহৰ উপৰি চলচ্চিত্ৰখন অহা ১২ মে’ত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব।

বহু বছৰ ধৰি এগৰাকী সাংবাদিক হিচাপে কাম কৰা অসমৰ চলচ্চিত্ৰ সমালোচক তথা পৰিচালকগৰাকীয়ে এতিয়ালৈকে পাঁচখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। সেইকেইখন হ’ল :- মায়ং: মিথ, ৰিয়েলিটি, ছঙছ অফ দ্য ব্লু হিলছ, ছকাৰ কুইনছ অফ ৰাণী, মেম’ৰিছ অফ এ ফ’ৰগটেন ৱাৰ আৰু ফৰ এ ডাৰ্বাৰ অফ দ্য পীপল।

অসমৰ এগৰাকী প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক বৰপূজাৰীয়ে ২০০২ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

অহা ৬ মে’ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত প্ৰদৰ্শন হ’বলগীয়া ‘ইশু’ চলচ্চিত্ৰখনক দৰ্শকে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।

Recent News

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

অৰুণাচলৰ সংগ্ৰামত স্থানীয় লোকক প্ৰতাৰণা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অসমৰ যুৱক

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

পল্লাচী ধৰ্ষণ কাণ্ড : ৬ বছৰ আইনী যুদ্ধৰ অন্তত দলবদ্ধ ধৰ্ষণ আৰু ব্লেকমেইলৰ গোচৰত ৯ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd