• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭ এপ্ৰিলৰ পৰা ইণ্ডিয়া ট্যুৰিজিমৰ উদ্যোগত এক্সপ্ল’ৰ য়ুথ ফেয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 1:48 pm
jpg
144
VIEWS
Share on FacebookShare on Twitter

অহা ৭ আৰু ৮ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’ব এক্সপ্ল’ৰ য়ুথ ফেয়াৰ ২০১৮। ইণ্ডিয়া ট্যুৰিজ্যিম, উত্তৰ- পূবৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে।

উল্লেখযোগ্য যে এই য়ুথ ফেয়াৰখনত বিভিন্ন শিক্ষাৰ্থী, শিক্ষক আৰু উদ্যোগী সকলে একেখন মঞ্চৰ তলত ভিন্ন কৰ্মসংস্থান, কৰ্মশালা, আলোচনাচক্ৰ আৰু প্ৰদৰ্শনী আদিত আলোচনা আৰু অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।

দুদিনীয়া এই মেলাখনত গল্প কোৱা, বক্তৃতা, তৰ্ক, সৃজনীমূলক লেখা, কুইজ, কলাত্মক যোগা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে আয়োজক সকলে।

উল্লেখযোগ্য যে অনুষ্ঠানটোত ইণ্ডিয়া ট্যুৰিজ্যিম নৰ্থ ইষ্টৰ আৰডি শ্বোৱেব ছামাদ, এনআইইএলআটিৰ সঞ্চালক কে বৰুৱাৰ উপৰি বিভিন্ন ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়াব।

একেখন মঞ্চৰ পৰাই বিশেষকৈ শিক্ষাৰ্থী সকলে ভৱিষ্যৎ জীৱনত সহায়ক হোৱাকৈ সমল লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে আয়োজকসকলে। আনহাতে এই য়ুথ ফেয়াৰৰ জৰিয়তে নিৱনুৱা যুৱক- যুৱতী সকলেও কৰ্ম সংস্থাপনৰ নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

 

 

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd