• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰথযাত্ৰাত লোকে-লোকাৰণ্য ডিমা হাচাওৰ হাফলং চহৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 15, 2018 9:22 am
Ratha Yatra at Dima Hasao

শনিবাৰে হাফলং চহৰত ৰথযাত্ৰা উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ দৃশ্য। ফটো : পংকজ কুমাৰ দেব

285
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওতো শনিবাৰে ৰথযাত্ৰা উৎসৱ পালিত হয়। জিলাখনৰ সদৰ তথা শৈল চহৰ হাফলঙৰ ৰাজপথত এইবাৰো চাৰিখন ৰথ উলিওৱা হয়।

হাফলং সাৰ্বজনীন জগন্নাথ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত এই ৰথযাত্ৰাৰ আয়োজন কৰা হয়। ৰথযাত্ৰাত জিলাখনৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা-ভাষীৰ হেজাৰ হেজাৰ লোকে অংশ গ্ৰহণ কৰে।

ৰথযাত্ৰাই হাফলঙৰ মূল পথ কেইটাৰে পৰিক্ৰমা কৰাৰ পিছত হাফলং চহৰ  কেইবাঘন্টাৰ কাৰণে মিলনক্ষেত্ৰত পৰিণত হৈ পৰে।

উল্লেখ্য যে পাৰ্বত্য ডিমা হাচাও জিলাত মুঠ ঊনৈশটো জাতি-জনগোষ্ঠীৰ লোক বসবাস কৰে। ইয়াত যি কোনো পূজা-বিহু-খ্ৰীষ্টমাছ বা আন উৎসৱত প্ৰতিটো জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰা কোনো নতুন কথা নহয়।

বিগত কেইবাবছৰ ধৰি জিলাখনৰ সামগ্ৰিক পৰিবেশ-পৰিস্থিতি অনুকূল নোহোৱাৰ বাবে ৰাইজৰ মাজত আশংকা আছিল যদিও এতিয়া ডিমা হাচাওত শান্তিৰ পৰিৱেশ ঘুৰি আহিছে আৰু ৰাইজে মুকলি মনেৰে ওলাই আহিব পাৰিছে।

সেয়েহে শনিবাৰে ৰাইজ ৰথযাত্ৰাত স্বত:স্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি শোভাযাত্ৰাত অংশ লয় আৰু উৎসৱৰ আনন্দ উপভোগ কৰে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd