• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ কল্যাণৰ বাবে আত্মনিয়োগ কৰিবলৈ আমোলাসকলক পাটোৱাৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 12:00 pm
Chandra-Mohan-Patowary-adressing-media-persons-at-Dispur-on-Thursday.-UB-3-570x320

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আপুনি অকলে দেখা সপোনটো কেৱল এটা সপোন। আপুনি একেলগে দেখা সপোনটোহে হৈছে বাস্তৱ’, কিংবদন্তি গায়ক জন লেননৰ উদ্ধৃতিৰে অসমৰ সংসদীয় পৰিক্ৰমা, পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৰাজ্যৰ আমোলাসকলক ৰাইজৰ সেৱাত ব্ৰতী হ’বলৈ আহ্বান জানাইছে।

গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শনিবাৰে অনুষ্ঠিত হোৱা অসামৰিক সেৱা দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ আটাইকেইটাই গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ অক্ষুণ্ণ ৰাখিবলৈ কাম কৰিব লাগিব। জন প্ৰতিনিধি আৰু আমোলাসকলৰ মাজত সমন্বয় আৰু সহযোগিতা থাকিবই লাগিব।

‘’ মতৰ পাৰ্থক্য থাকিব পাৰে কিন্তু ৰাজনীতিক আৰু আমোলা দুয়োটাৰ সন্মিলিত প্ৰচেষ্টাই ৰাইজক উপকৃত কৰাৰ লগতে ৰাজ্যখনক সমৃদ্ধ কৰিব,’’-পাটোৱাৰীয়ে কয়।

তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমান চৰকাৰখনে সৰ্বাত্মক বিকাশ বিচাৰে আৰু সেয়েহ আমোলাসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।

তেওঁ প্ৰশাসনীয় বিষয়াসকলক সম্পূৰ্ণ স্বাধীনতা ব্যৱহাৰ কৰি ৰাজ্যৰ উন্নয়নত মুখ্য ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থকা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ পদ্ম বিভূষণ ড০ ৱাই ভি ৰেড্ডীয়ে কয়, ‘’অসামৰিক সেৱাই প্ৰতিদিনে, প্ৰতি মুহূৰ্ততে নাগৰিকৰ জীৱনক স্পৰ্শ কৰে। সেয়েহে, এগৰাকী আমোলাৰ বাবে সাধাৰণ নাগৰিকজন হৈছে ৰজা।‘’

ড০ ৰেড্ডীয়ে লগতে কয় যে এগৰাকী প্ৰশাসনীয় বিষয়াই কিবা এটা কাৰ্যকৰী হোৱাটো বিচাৰে, য’ত এগৰাকী অধ্যাপকে আকাংখিত কিবা এটা বিচাৰে।

সমাজ আৰু সামাজিক মূল্যবোধৰ সাংঘাটিক পৰিৱৰ্তন ঘটিছে বুলি প্ৰকাশ কৰি মুখ্য সচিব টি ৱাই দাসে কয় যে সততা, সংহতি, নিৰপেক্ষতা আৰু মুক্ত মানসিকতাৰ দৰে আমোলাসকলৰ মুখ্য মূল্যবোধসমূহ বজাই ৰাখিবই লাগিব।

পাটোৱাৰী আৰু ড০ ৱাই ভি ৰেড্ডীয়ে  ২০১৮ ৰ ৰাজহুৱা প্ৰশাসনত পাৰদৰ্শিতাৰ বাবে মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাও প্ৰদান কৰে।

পাটোৱাৰীয়ে লগতে অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে অনলাইন এ চি আৰ মেনেজমেন্ট ব্যৱস্থাৰো শুভাৰম্ভ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

অভিনেত্ৰী দিশা পাটানীৰ ঘৰলৈ গুলীচালনা: এনকাউণ্টাৰত নিহত দুজন গুলীচালনাকাৰী

September 18, 2025 7:44 am
বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd