• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্ট্ৰেলিয়া চৰকাৰক ‘ফেচিষ্ট’ আখ্যা ইলন মাস্কৰ : কিন্তু কিয়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 14, 2024 7:00 am
8.2k
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰ ৰোধ কৰিবলৈ অষ্ট্ৰেলিয়াই নতুন আইন প্ৰণয়ন কৰিছে। এই আইনৰ অধীনত ছ’চিয়েল মিডিয়াই অনলাইনত ভুল তথ্য প্ৰচাৰ ৰোধ কৰিব নোৱাৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ এনে পদক্ষেপৰ পিছতে ইলন মাস্কে অষ্ট্ৰেলিয়াৰ চৰকাৰক ‘ফেচিষ্ট’ বুলি অভিহিত কৰে।

বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ সংসদত প্ৰস্তাৱিত আইন অনুসৰি দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানীসমূহক ভুৱা তথ্য বিয়পোৱাৰ বাবে বিশ্বৰ ৰাজহৰ ৫ শতাংশ পৰ্যন্ত জৰিমনা বিহিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে অষ্ট্ৰেলিয়াৰ এই পদক্ষেপৰ বিৰুদ্ধে এটা পোষ্টত এটা শব্দৰে উত্তৰ দিয়ে। অষ্ট্ৰেলিয়াৰ এই পদক্ষেপৰ খবৰ শ্বেয়াৰ কৰি তেওঁ লিখে – ‘ফেচিষ্ট’।

অষ্ট্ৰেলিয়া চৰকাৰৰ মন্ত্ৰী বিল শ্বৰ্টনে কয় যে মাস্কৰ কথা বাক স্বাধীনতাৰ সৈতে অসঙ্গতিপূৰ্ণ।

ইফালে একাংশ লোকে কয় যে অষ্ট্ৰেলিয়াই তথাকথিত ভুল তথ্য অনলাইনত বিয়পি পৰাটো ৰোধ কৰিব নোৱাৰাৰ বাবে ইণ্টাৰনেট প্লেটফৰ্মসমূহক তেওঁলোকৰ বিশ্ব ৰাজহৰ ৫ শতাংশ পৰ্যন্ত জৰিমনা বিহাব বিচাৰিছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd