• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ সংগঠন ‘দিমজা’ৰ আত্মপ্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2018 4:12 pm
Digital_Media_Journalists of assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলে আজি ৩ জুনত গুৱাহাটীত ‘দিমজা’ ( Digital Media Journalists’ Association of Assam ) নামেৰে এক সাংবাদিক সংগঠনৰ জন্ম দিছে।

১৬টা ডিজিটেল সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ উপস্থিতিত নৰ্থ ইষ্ট নাওৰ ৰাজেন শৰ্মাৰ সভাপতিত্বত দিচপুৰ প্ৰে’ছ ক্লাবত আয়োজিত এক সভাত আজি সংগঠনটো গঠন কৰা হয়। জি প্লাছৰ স্বপ্নীল ভৰালীক সভাপতি, আছাম টাইমছৰ ৰঞ্জন বৰুৱাক কাৰ্য্যকৰী সভাপতি, নৰ্থ ইষ্ট নাওৰ আছিফ ইব্ৰাহিম আৰু ইউ বি ৱায়াৰৰ বিশ্বজিৎ নাথক উপ সভাপতি, নৰ্থ ইষ্ট নাওৰ মানস ৰয়ক সাধাৰণ সম্পাদক, নিউজ নেক্সট ৱানৰ ওৱাহেদুৰ ৰহমান, অসম সংবাদৰ লক্ষীনাথ হীৰা, এন ই ফ’কাচৰ সংগীতা শইকীয়া, জি প্লাছৰ সিদ্ধাৰ্থ বেদী বাৰ্মা আৰু নিউজ মিলৰ জয়ন্ত ডেকাক সহযোগী সম্পাদক, নৰ্থ ইষ্ট নাওৰ মহেশ ডেকাক সাংগঠনিক সম্পাদক, নৰ্থ ইষ্ট নাওৰ দুৰ্লভ গগৈক প্ৰচাৰ সম্পাদক, ইনছাইদ এন ইৰ নিতুল ডেকাক কোষাধ্যক্ষ  হিচাপে লৈ উপস্থিত সকলো সংবাদ মাধ্যমৰে প্ৰতিনিধিত্বৰে এখন কাৰ্য্যনিৰ্বাহক সমিতিও গঠন কৰা হয়।

সংগঠনটোৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে ৰাজু দেউৰী, ওৱাহেদুৰ ৰহমান, বিশ্বজিৎ নাথ, জয়ন্ত ডেকা আৰু ৰঞ্জন বৰুৱাক লৈ বাচনি কৰা ৭ জনীয়া সমিতি এখনক সংগঠনটোৰ সংবিধান প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হয়।

অহা ১০ জুনত সংগঠনটোৰ পৰৱৰ্তী কাৰ্য্যনিৰ্বাহক সভাৰ পূৰ্বে সকলো সদস্য তথা সংবাদ গোষ্ঠীয়ে সংবিধান সন্দৰ্ভত নিজা নিজা পৰামৰ্শ সমিতিক জনাব পাৰিব।

অসমৰ ডিজিটেল সংবাদ মাধ্যমসমূহৰ সকলো সাংবাদিককে সংগঠনটোত সামৰি লোৱাৰ বাবে চেষ্টা কৰা হ’ব।

উল্লেখযোগ্য যে অসমৰ ছপা আৰু টি ভি মাধ্যমৰ সাংবাদিকসকলৰ কেইবাটাও সাংবাদিক সংস্থা আছে যদিও নতুনকৈ মূৰ দাঙি উঠা ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ কোনো সংগঠন পূৰ্বে নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm
অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

অনলাইন ভিডিঅ’ চাই নিজেই কৰিছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ! তাৰপিছতে যুৱকৰ লটিঘটি

September 14, 2025 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd