• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে নতুন দুৱাৰমুখ : মুখ্যমন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ ব্যুৰো, কলকাতা: by এন ই নাও নিউজ ব্যুৰো, কলকাতা:
November 25, 2017 1:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত এক অনগ্ৰসৰ অঞ্চল হিচাপে বিবেচনা কৰা অসম তথা উত্তৰ পূব বৰ্তমান দক্ষিণ এছিয়াৰ ১০ খন দেশৰ সৈতে সংযোগৰ ক্ষেত্ৰত দুৱাৰমুখ হিচাপে দ্ৰুতভাৱে উত্থান ঘটিছে আৰু লগতে ভাৰতীয় অৰ্থনীতিৰ বিকশিত অঞ্চল হিচাপে প্ৰচুৰ সম্ভাৱনা সৃষ্টি কৰিছে। কলকাতাত ইণ্ডিয়া টুডে গোষ্ঠীৰ কনচাল্টিং এডিটৰ ৰাজদীপ সৰদেশাইয়ে আঁত ধৰা ইণ্ডিয়া টুডে কনক্লেভ ইষ্ট ২০১৭ ৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে উত্তৰ পূৰ্বাঞ্চলে এছীয় দেশসমূহত ভাৰতৰ অৱস্থিতিৰ ধ্বজা বহন কৰাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰা প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰে অসমে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক নেতৃত্ব দিবলৈ  আৰু লগতে উত্তৰ পূবৰ জৰিয়তে কেন্দ্ৰৰ এক্ট ইষ্ট নীতি ৰূপায়িত কৰিবলৈ সাজু হৈছে।

সোণোৱালে লগতে কয় যে তেওঁ সম্পূৰ্ণ দৃঢ়তাৰে সৈতে অসমত উন্নয়নৰ পৰিবেশ সৃষ্টি কৰিবলৈ সকলো প্ৰশাসনিক সুৰুঙা অঁতৰাবলৈ চেষ্টা কৰিছে  আৰু ই আন উত্তৰ পূবৰ ৰাজ্য কেইখনৰ উন্নয়নৰ পথো মুকলি কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজখন সম্পৰ্কে ক’বলৈ গৈ তেওঁ কয় যে প্ৰশাসনক বিকাশৰ সৈতে অধিক সহযোগী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।

এন আৰ চি উন্নীতকৰণ সম্পৰ্কত সোণোৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত চলি থকা এই প্ৰক্ৰিয়াটোত অসম চৰকাৰে এই উন্নীতকৰণ প্ৰক্ৰিয়াই এখন সম্পূৰ্ণ শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰাটো জাতীয় দায়িত্ব বুলি গ্ৰহণ কৰিছে।

আজিৰ এই অনুষ্ঠানটোত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলী, বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জী, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজেজু ৰ লগতে ইণ্ডিয়া টুডেৰ গ্ৰুপ এডিটৰ অৰুণ পুৰী উপস্থিত আছিল।

এন ই নাও নিউজ ব্যুৰো, কলকাতা:

এন ই নাও নিউজ ব্যুৰো, কলকাতা:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd