• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-মিজোৰাম সীমা বিবাদ : কেন্দ্ৰীয় যুটীয়া গৃহ সচিবে এই সপ্তাহত ভ্ৰমণ কৰিব বিবদমান এলেকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 6:09 pm
অসম-মিজোৰাম সীমা বিবাদ : কেন্দ্ৰীয় যুটীয়া গৃহ সচিবে এই সপ্তাহত ভ্ৰমণ কৰিব বিবদমান এলেকা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃ্হ বিভাগৰ যুটীয়া সচিব (উত্তৰ-পূব)এ অসম আৰু মিজোৰামৰ মুখ্য সচিব (গৃ্হ)ক লগত লৈ এসপ্তাহৰ ভিতৰত পৰিদৰ্শন কৰিব দুয়ো ৰাজ্যৰ মাজৰ বিবদমান এলেকা। তেওঁলোকৰ লগত চাৰ্ভে’ অৱ ইণ্ডিয়াৰ এটা দলো থাকিব।

দলটোৱে কেন্দ্ৰীয় গৃহ সচিবক প্ৰতিবেদন দাখিল কৰাৰ পিছত পৰৱৰ্তী এক বৈঠকত বিষয়টো দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ লগত আলোচনা কৰা হ’ব।

তাৰ পৰৱৰ্তী পৰ্য্যায়ত অসম আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী এই সন্দৰ্ভত আলোচনাত বহিব।

বাইৰাবিত যোৱা ৮ আৰু ১০ মাৰ্চত সংঘটিত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম-মিজোৰাম সীমা সমস্যাক লৈ কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ সৈতে মঙলবাৰে নতুন দিল্লীত বহা বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

সূত্ৰ অনুসৰি সীমা বিবাদ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মাৰ্চত দিয়া চিঠিৰ পিছত কেন্দ্ৰীয় গৃ্হ মন্ত্ৰীৰ নিৰ্দেশত আজিৰ বৈঠকখন অনুষ্ঠিত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘তৎপৰতাৰ বাবে’ এই সীমা বিবাদ ‘সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসা’ হোৱা বুলি মিজোৰামৰ মুখ্য মন্ত্ৰীৰ উক্ত পত্ৰৰ দুদিন পূৰ্বে ১০ মাৰ্চত অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰে’ছ বিবৃতিত দাবী কৰা হৈছিল।

আলোচনাত মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে ‘এই বেদখল বন্ধ কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে’ বুলি অসমৰ মুখ্য মন্ত্ৰীয়ে দিয়া বিবৃতিটোৰ যোগেদি মিজোৰামৰ ফালৰ পৰা বেদখল হোৱাতো মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে মানি লোৱা বুলি কোৱা হৈছিল।

পি আই বি-এ আজি সন্ধিয়া জাৰি কৰা বিবৃতিত কোৱা হৈছে বৈঠকখনত ‘এলেকাটোত স্থিতাৱস্থা বাহাল ৰাখিবলৈ সিদ্ধান্ত লোৱা হয়। ঠাইটুকুৰাত জন সমাৱেশৰ অনুমতি দিয়া নহ’ব। নিজ নিজ এলেকাসমূহত শান্তি বজাই ৰাখিবলৈ অসম আৰু মিজোৰাম দুয়ো চৰকাৰেই সকলো ব্যৱস্থা ল’ব।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd