• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিক অভিনন্দন পেমা খাণ্ডু-বি ডি মিশ্ৰৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 17, 2018 8:53 pm
Muri
108
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে সু উচ্চ এভাৰেষ্ট শৃংগ জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ৰয়িঙৰ বাসিন্দা মুৰি লিনগিক অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

‘যদি তুমি মনত পুহি ৰখা সপোন বাস্তৱত ৰূপায়ন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ তেন্তে কোনো কাৰণতে বয়স আৰু পৰিস্থিতি বাধা হৈ থিয় দিব নোৱাৰে। চাৰিগৰাকী ছোৱালীৰ মাতৃ মুৰি লিনগি (৪০)য়ে যোৱা ১৪ মে’ত সু উচ্চ এভাৰেষ্ট শৃংগ জয় কৰি পুনৰ এবাৰ তাকেই প্ৰমাণ কৰিলে।‘ পৰ্বতাৰোহীজনক অভিনন্দন জ্ঞাপন কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে এইদৰে কয়।

তেওঁ আৰু কয়, ‘লিনগিয়ে আমাক গৌৰৱাণ্বিত কৰিছে। তেওঁ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটী বাচাও বেটী পঢ়াওৰো বাৰ্তা কঢ়িয়াই লৈ যাবলৈ সক্ষম হৈছে। তেওঁ ভৱিষ্যতে যাতে আৰু অধিক সফলতা লাভ কৰে তাৰ বাবে মই শুভেচ্ছা প্ৰদান কৰিছো।‘

আনহাতে এভাৰেষ্ট জয় কৰি অৰুণাচল তথা ভাৰতবাসীক গৌৰৱাণ্বিত কৰা মুৰি লিনগিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই।

‘তুমি প্ৰমাণ কৰি দিলা যে দেশৰ অন্য প্ৰান্ততকৈ অৰুণাচলৰ ছোৱালীসকল বেছি শক্তিশালী, সাহসী তথা মেধাৱী। তোমাৰ এই সফলতা অৰুণাচলৰ জীয়ৰী সকলৰ বাবে প্ৰেৰণা তথা আদৰ্শ হৈ ৰ’ব।‘ এনেদৰে ৰাজ্যপাল মিশ্ৰই মুৰি লিনগিক শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

ভুৱা PhonePe কেলেংকাৰীত দুজনক দোষী সাব্যস্ত পাছিঘাট চিজেএম আদালতৰ

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ ধৰ্ম সোধোতে নিঃপালি দি শুই আছিল নেকি ৰাজদ্বীপ বাইলুং?

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

ওড়িশাৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত… নয়ডাৰ এখন কলেজত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ আত্ম*হনন

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

বজালীত লোমহৰ্ষক ঘটনা : প্ৰাক্তন প্ৰেমিকে ধৰ্ষণ কৰি হত্যা কৰিলে ১৯ বছৰীয়া যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd