আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ দ্বাৰা গঠিত বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত গাওঁ পঞ্চায়তে দিয়া নথি গ্ৰহণযোগ্য হ’ব নে নহ’ব সেই সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰে। আনহাতে সৰ্বোচ্চ আদালতখনত আজি হ’ব লগীয়া অৰিজিনেল ইনহেবিটেণ্ট আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয় শুনানি পিছুৱাই দিয়া হৈছে। অহা ২৯ আৰু ৩০ নৱেম্বৰত এই শুনানি হ’ব বুলি জানিব পৰা গৈছে।
আই অ’ আৰু এন আৰ চিৰ খচৰা প্ৰকাশৰ সময়সীমা সম্পৰ্কীয় শুনানি পিছুৱালে
-
By NE NOW NEWS
- Categories: অসম
Related Content
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 19, 2024 7:51 am
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 18, 2024 2:45 pm
মেঘালয়মুখী হৈছে অসমৰ মদৰ দামত অতিষ্ঠ সুৰাপায়ী! ৩৩% হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 18, 2024 1:36 pm
ৰে’লযাত্ৰীৰ বাবে ডাঙৰ খবৰ! ৰে’ল সেৱাৰ বাতিলকৰণ, সময় পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ তথা পথ পৰিৱৰ্তন
By
এন ই নাও নিউজ ব্যুৰো, নতুন দিল্লী :
May 18, 2024 1:34 pm