• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতি দিৱসত অসমবাসীৰ শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2018 1:17 pm
ভাৰতৰত্নৰ স্মৃতি দিৱস
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে সমগ্ৰ অসমবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সংগ্ৰামী তথা অসম হিতৈষী নেতাজনৰ স্মৃতিত ৰাইজে আনুষ্ঠানিকভাৱে শ্ৰদ্ধা নিবেদিছে।

আনহাতে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৮ তম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ সমীপৰ লোকপ্ৰিয়ৰ সমাধি স্থলীত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ শিক্ষা, আইন আৰু ন্যায় তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই লোকপ্ৰিয়ৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰী ভট্টাচাৰ্যই তেওঁৰ ভাষণত পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্যৰ লেখাৰ উদ্ধৃতি দি কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে বৃহত্তৰ অসমীয়া জাতি গঠনত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁ কয় যে মুছলীম লিগৰ চক্ৰান্তত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি বৰদলৈয়ে মহাত্মা গান্ধীৰ আশীৰ্বাদত সংগ্ৰামৰ মাজেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে ৰাখিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে সেই সময়ৰ কংগ্ৰেছ নেতৃত্বৰ বহুতেই বিষয়টোৰ গুৰুত্ব বুজি পাবলৈ সক্ষম হোৱা নাছিল।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয়ৰ স্মৃতি সৌধত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীৰ সৈতে মুক্তিযোদ্ধা যতীন গোস্বামী আৰু ৰমেশ শৰ্মা, উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা, লোকপ্ৰিয়ৰ পুত্ৰদ্বয় ৰবীন বৰদলৈ আৰু বলিন বৰদলৈকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু উপস্থিত ৰাইজে লোকপ্ৰিয়ৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত ক্ৰমে উজান বজাৰ জামে মছজিদৰ ইমাম মঃ মইনুল হকে কোৰান, পাণবজাৰ বেপ্টিষ্ট গীৰ্জাৰ আচাৰ্য কোষেশ্বৰ গগৈয়ে বাইবেল,পাণ্ডু বৌদ্ধ বিহাৰৰ ক্ষমানন্দ ভীক্ষুৱে ত্ৰিপিটক, ফাঁচী বজাৰ গুৰুদ্বাৰাৰ গিয়ানী মনজিৎ সিঙে গ্ৰন্থ চাহেব আৰু শৰণীয়া কস্তুৰবা গান্ধী স্মাৰকন্যাসৰ সেৱিকা বৃন্দই গীতা পাঠৰ লগতে ৰামধুণ পৰিবেশন ক

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

চাৰ্লি কাৰ্ক হত্যাকাণ্ডৰ গোচৰত ফাদিল হ’ল গোপন বাৰ্তা : কি লিখিছিল অভিযুক্তই?

September 17, 2025 11:08 am
আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd