• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিকত ৬টা স্থানেৰে চমক পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ

এনই নাও নিউজ by এনই নাও নিউজ
May 31, 2018 1:00 pm
ATTACHMENT
128
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত মুঠ ছটাকৈ স্থান দখল কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে পাঠশালাত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজে।

স্বাভাৱিকতে শৈক্ষিক প্ৰতিষ্ঠানখনৰ এই ফলাফলে আনন্দৰ বন্যা নমাই আনিছে মহাবিদ্যালয়খনলৈ। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সমান্তৰালভাৱে স্থানীয় ৰাইজকো এই ফলাফলে উল্লসিত কৰি তুলিছে।

ফলাফল অনুসৰি বিজ্ঞান শাখাত মহাবিদ্যালয়খনৰ ছাত্ৰী নীহাৰিকা গোস্বামীয়ে মুঠ ৫০০নম্বৰৰ ভিতৰত  ৪৮৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৪৮০ নম্বৰ লাভ কৰি ভাস্কৰজ্যোতি কলিতাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সমান্তৰালভাৱে ৪৭৯ নম্বৰেৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্বতী কলিতাই লাভ কৰিছে চতুৰ্থ স্থান।

আনহাতে কলা শাখাতো তিনিগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।ফলাফল অনুসৰি ৪৮৪ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভনিতা ৰয়ে। আনহাতে ৪৮২ নম্বৰেৰে চতুৰ্থ স্থান লাভ কৰিছে ঋতুপৰ্ণ কলিতাই আৰু ৪৮১ নম্বৰেৰে পঞ্চম স্থান অধিকাৰ কৰিছে হিয়াশ্ৰী চৌধুৰীয়ে।

বিদ্যালয়খনৰ এই সফলতাত এতিয়া সমগ্ৰ আঞ্চলটোতে এক উছৱমুখৰ পৰিৱেশে দেখা দিছে। বিশেষকৈ একেখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ৬ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে সকলো।

Recent News

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd