উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত অহা দুদিনত হ’ব পাৰে মজলীয়াৰ পৰা ডাঙৰ বৰষুণ

Assam-Arunachal-Pradesh

প্ৰতিনিধিত্বমূলক ছবি

অহা দুদিনত উত্তৰ-পূৰ্বাঞ্চলত হ’ব পাৰে মজলীয়াৰ পৰা ডাঙৰ বৰষুণ।

স্কাইমে’ট ৱে’দাৰৰ মতে অসমকে ধৰি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত কিছু গাজনি-বৰষুণ আৰু তাৰ পিছত ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে।

উত্তৰ-পূবৰ কিছু ঠাইত শিলাবৃষ্টিও হ’ব পাৰে।

ডিব্ৰুগড়, পাচিঘাট, ইটানগৰ, ক’হিমা আদি ঠাইত পাতলীয়া বৰষুণ আৰু গাজনি হ’ব পাৰে। অঞ্চলটোৰ বাকী ঠাইসমূহৰ আকাশ গোমা থাকিব।

দেশৰ উত্তৰ-পূবত বৰষুণ হোৱা নাই আৰু শুকান হৈ আছে।